নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে চলিছে দৰদাম, ড০ শর্মাৰ বিস্ফোৰক অভিযোগ

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে দৰ–দাম চলিছে৷ বিধানসভা নির্বাচনক লৈ ৰাজ্যত আৰম্ভ হোৱা তৎপৰতাৰ মাজতে বিৰোধী কংগ্রেছৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীৰ…

কটকত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ প্রথম টি–২০

শৃংখলা আৰম্ভ হোৱাৰ প্রাক মুহূর্তত চিন্তিত হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্য কুমাৰ যাদৱ৷ আজিৰে পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ ৫খনীয়া টি–২০ মেচৰ শৃংখলাটো আৰম্ভ হ’ব৷ শৃংখলাৰ প্রথমখন মেচ কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত…

MR. & MS ASSAMৰ খিতাপ দখল কিৰণ টায়েং, মামণি দাসৰ

জোনাইত প্ৰথমবাৰৰ বাবে AAPSA/IFBB/ IBBFFৰ উদ্যোগত আৰু জোনাই চিয়াং ফিটনেছ চেণ্টাৰৰ আতিথ্যত মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ চৌহদত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম ভিত্তিত 'MR. & MS ASSAM' দেহশ্ৰী প্ৰতিযোগিতাৰ সামৰণি পৰিছে। ৰাজ্যৰ…

সুকন্যা : জীয়াভৰলী নদীৰ পাৰৰ কন্যকালৈ আলহী পক্ষীৰ আগমন

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰলৈ নামি আহিলে বহু দূৰৰ পৰা আমাৰ চকুত পৰে বিশাল কৃষিভূমিৰ ভিতৰত সযত্নে সংৰক্ষিত ‘কন্যকা’ কৃষিপাম৷ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত থকা বিস্তৃত ‘কন্যকা’ কৃষিপাম এইবাৰ শীতৰ আৰম্ভণিৰ লগে লগেই হৈ পৰিছে…

সম্পাদকীয় : ৰাইজৰ কংগ্রেছ!

অসমৰ ক্ষমতাত একেৰাহে দীর্ঘকাল মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে আৰম্ভ কৰিছিল ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ কার্যসূচী৷ ৰাজ্যৰ চৰকাৰী প্রশাসন ব্যৱস্থাক তৃণমূল পর্যায়ৰ লোকসকলৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এনে কার্যসূচী…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (৯ ডিচেম্বৰ)

মেষ ৰাশি আজিৰ দিনটো আপোনাৰ বাবে শক্তি আৰু ধনাত্মকতা পূৰ্ণ হ'ব। আপোনাৰ পৰিকল্পনাবিলাকত সম্পূৰ্ণ মনোযোগৰে আগুৱাই যাব পাৰিব আৰু নতুন কাম আৰম্ভ কৰিও সফল হ'ব। অফিচত আপোনাৰ গতি আৰু আত্মবিশ্বাসে সকলকে প্ৰভাৱিত কৰিব। প্ৰেম জীৱনত অনুকূল সময়।…

সুকন্যা : ৰাংঢালী দহিকতৰা

‘কাৰ প্রেৰণাত তই জুৰিলি সংগীত? তটিনীৰ ক্ষীৰ ধাৰা, কাৰ প্রেমে আত্মহাৰা যি গীতৰ তৰংগত হ’ল তৰংগিত হৃদয় আপ্লুত কৰে নাচোন ভংগীত৷’ দহিকতৰা/ৰঘুনাথ চৌধাৰী সুমধুৰ গীত গাই ৰাংঢালী দহিকতৰা চৰায়ে নেজ দাঙি দাঙি পুৱাৰ পৰা গধূলিলৈকে এটা ডালৰ পৰা আন…

সুকন্যা : ঐতিহাসিক ডক্রেশ্বৰ দেৱালয়

বৰপেটা জিলাৰ সদৰৰ পৰা প্রায় ১৫ কিলোমিটাৰ আঁতৰত বাউসী অঞ্চলৰ দক্ষিণ–পূবত ‘ডক্রেশ্বৰ দেৱালয়’ নামেৰে এটা শিৱ মন্দিৰ আছে৷ এই দেৱালয়খনৰ উৎপত্তিৰ বিষয়ে জানিবলৈ হ’লে অতীতলৈ ঘূৰি যাব লাগিব৷ ধর্মপ্রাণ স্বর্গদেউ শিৱসিংহই এই দেৱালয়খনৰ নামত ৪৫৩ বিঘা…

বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ : শিক্ষা আহৰণৰ বাটত ছাত্র–ছাত্রীলৈ অনুপ্রেৰণা যোগোৱাৰ মহান উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই আজি ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত ২০২৫ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ…

সুকন্যা : শীতকালীন সৌন্দর্য চর্চা

শীতকালীন সৌন্দর্য চর্চা নিয়মিতভাৱে মইশ্ব’ৰাইজ কৰকঃ শীতকালত ভাল মানৰ মইশ্ব’ৰাইজাৰৰ ব্যৱহাৰ অতি গুৰুত্বপূর্ণ৷ হাইয়ালুৰনিক এচিড, গ্লিচাৰিন, ভিটামিন ই, শ্বিয়া বাটাৰ আৰু চেৰামাইড আদি উপাদান ব্যৱহাৰ কৰক, যিয়ে ছালৰ বাধা মেৰামতি কৰাত সহায় কৰে৷…