নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰঙাঘৰলৈ নৰপিশাচ কমলাকান্ত… কৰিলে এই কু-কাণ্ড

ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক কু-কৰ্ম কৰি ৰঙাঘৰৰ আলহী হল ৫০ উৰ্ধৰ কমলাকান্ত ৰায় ওৰফে কমলা। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ বাটত নৰপিশাচ কমলাকান্তই কিশোৰীগৰাকীক বাটত আগiচি ধৰি কু-কৰ্ম কৰে বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকী কান্দি কান্দি ঘৰত…

আজিৰ দিনটোৰ ৰাশিফল (৩ ডিচেম্বৰ)

মেষ ৰাশি আপুনি আজি আপোনাৰ অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিয়ালৰ নিজৰ মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব। কোনো কামত অলসতা দেখুওৱা ঠিক নহয়, নহ’লে পিছত সমস্যা দেখা দিব পাৰে। বাক্য-ব্যৱহাৰত সংযম ৰাখিলে সন্মান বৃদ্ধি পাব। নতুন কোনো কাম আৰম্ভ…

অখিল গগৈৰ পুত্তলিকা দাহ কৰি চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, কলিয়াবৰ, ২ ডিচেম্বৰ : কলিয়াবৰৰ সোণাৰি চাহ বাগিচাত প্ৰতিবাদী কাৰ্যসূচীৰে অখিল গগৈৰ পুত্তলিকা দাহ কৰি চাহ শ্ৰমিকসকলে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে চৰকাৰে বাগিচা শ্ৰমিকসকলক ভূমি পট্টা দিয়াক লৈ বিধায়ক অখিল…

ধিঙত ব্যক্তিগত ফাৰ্মাচীত ভুল চিকিৎসাত প্ৰাণ গ’ল ফুলকুমলীয়া শিশুৰ

নিয়মীয়া বাৰ্তা, ধিং, ২ ডিচেম্বৰ : নগাঁও জিলাৰ ধিং বজাৰত অৱস্থিত ৰাজ মেডিকেল নামৰ এখন ফাৰ্মাচীত আজি এটি শিশু ভুল চিকিৎসাৰ বলি হৈ মৃত্যুমুখত পৰে ৷ জানিব পৰা মতে, ধিঙৰ লহকৰ গাঁৱৰ ছহিদুল ইছলামৰ তিনি বছৰীয়া পুত্ৰক কুকুৰে কামুৰিছিল। শিশুটিক…

গোলকগঞ্জত ছাত্ৰীক অপকৰ্ম কৰি ৰঙাঘৰলৈ পঞ্চাশ ঊৰ্ধ্বৰ ব্যক্তি

নিয়মীয়া বাৰ্তা, আগমনি, ২ ডিচেম্বৰ : ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক কু-কৰ্ম কৰি ৰঙাঘৰৰ আলহী হ'ল ৫০ ঊৰ্ধ্বৰ কমলাকান্ত ৰায় ওৰফে কমলা। ঘটনাটো সংঘটিত হয় ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ টোকেৰেচৰা গাঁৱত। কালি আবেলি বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ…

টাইপাৰ উদ্যোগত ঢকুৱাখনাত চুকাফা দিৱস পালন

বিশেষ বাৰ্তা, ঢকুৱাখনা, ২ ডিচেম্বৰ : টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ লখিমপুৰ জিলা সমিতি আৰু ঢকুৱাখনা সমজিলা সমিতিৰ উদ্যোগত কালিৰে পৰা ঢকুৱাখনা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা চুকাফা দিৱসৰ আজি মুকলি সভাৰে সামৰণি পৰে। বৰ অসমৰ ভেটি গঢ়োঁতা,…

বজালীৰ ২৫খন সত্ৰ-নামঘৰক অসম দৰ্শন আঁ‌চনিৰ চেক প্ৰদান

নিয়মীয়া বাৰ্তা, পাঠশালা, ২ ডিচেম্বৰ : 'সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে গোটেই বছৰ পঢ়া-শুনা কৰে যদিও পৰীক্ষাৰ আগমুহূৰ্তত আৰু ভালকৈ পঢ়ে৷ ঠিক তেনেদৰে আমি আমাৰ সাংগঠনিক ভেটি শক্তিশালী কৰি ৰাখিবলৈ সদায় চেষ্টা কৰি আহিছোঁ যদিও এতিয়া যিহেতু নিৰ্বাচন…

ৰামমনোহৰ লোহিয়া মেডিকেল ইনষ্টিটিউটত ৫৫০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰ লক্ষ্ণৌস্থিত ৰামমনোহৰ লোহিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চত ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

পাঁচ বছৰে মেৰামতি নহ’ল গ্রাম্য পথ, পথ এৰি পথাৰেৰে যাতায়াত ১নং টুপামাৰীবাসীৰ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২ ডিচেম্বৰ : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং টুপামাৰী আৰু টুপামাৰী সংযোগী সদাব্যস্ত এটি গ্ৰাম্য পথ আজিলৈকে নিৰ্মাণ নোহোৱাত বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ গঞা ৰাইজে উপায়হীন হৈ খেতিপথাৰৰ মাজেৰে যথেষ্ট কষ্টেৰে…

ভাৰতীয় বায়ুসেনা বাহিনীত ৩৪০টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ উৰণ আৰু ভূ–ভাগত কর্তব্য সম্পাদন কৰিব লগা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷