ৰূপহীহাটত চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা, উচ্ছেদৰ বাবে সাজু প্ৰশাসন
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২ ডিচেম্বৰ : ৰূপহীহাটত অবৈধ চৰকাৰী মাটি বেদখলকাৰীৰ বাজি উঠিল বিপদঘন্টা। ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনৰ এটা বৃহৎ দল। মাত্ৰ ৭২ ঘণ্টাৰ পিছতেই চলিব প্ৰশাসনৰ বুলড'জাৰ। ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা…