ৰাইজখনে যেতিয়া একেলগে কান্দে
🔹 ড০ পার্থসাৰথি মহন্ত
কিছুমান মানুহ যেতিয়া এই পৃথিৱীখনৰ পৰা গুচি যায়, আমাৰ পৃথিৱীৰ এটা অংশও লগতে লৈ যায়৷ তেওঁলোক নোহোৱা হোৱাৰ লগে লগে এনে লাগে যেন আমাৰ নিজৰ কাহিনীৰ এটা টুকুৰাও শেষ হৈ গ’ল৷ জীৱনত এনে কিছুমান মুহূর্ত আহে যেতিয়া এজন ব্যক্তিৰ…