মই ভুল কৰিছোঁ, মোক শাস্তি দিলেই হ’ল- ছমৰীয়াৰ চৌধুৰীপামত ছাত্ৰী হত্যাৰ ঘটনা
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌধুৰীপামত ১৫ অক্টোবৰত দিন-দুপৰতে কলেজীয়া ছাত্ৰী এগৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হত্যাকাৰী নুৰুল ইছলামক লৈ আজি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷
উল্লেখ্য যে কালাতলীৰ চৌধুৰীপাম গাঁও নিবাসী তথা…