নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

১ জুলাইৰ পৰা ৭০ শতাংশ বাছভাৰা বৃদ্ধিৰ সিদ্ধান্ত

🔹 ১ জুলাইৰ পৰা ৭০ শতাংশ বাছভাৰা বৃদ্ধিৰ সিদ্ধান্ত 🔹 বৰ্ধিত বাছভাৰা অনুসৰি নিম্নতম ভাৰা হ'ব ২০ টকা 🔹 বাছভাৰা বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ 🔹 ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিততত এই সিদ্ধান্ত

পশ্চিম এছিয়াত যুদ্ধৰ অৱসানৰ ইংগিত, আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্রাস

ডিজিটেল ডেস্ক, ১৪ জুন : দীর্ঘদিনীয়া সামৰিক সংঘাতে জর্জৰিত কৰা পশ্চিম এছিয়ালৈ শান্তি ঘূৰি অহাৰ ইংগিতে ভাৰতীয় অর্থনীতিত ইতিবাচক প্রভাৱ পেলাইছে৷ আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰাৰ ইংগিতেৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিশেষ…

কামৰূপৰ বংশৰত ভয়ানক পথ দুৰ্ঘটনাত প্ৰাণহানি যুৱকৰ

ডিজিটেল ডেস্ক, ১৪ জুন : কামৰূপৰ বংশৰত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী যুৱক। শুৱালকুছি-গুৱাহাটী সংযোগী পথৰ বংশৰ বেলৰতলত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিহত যুৱকজন হৈছে শুৱালকুছিৰ হিমাংশু তালুকদাৰ। যুৱকজনে নিজ…

টি-২০ মহিলা বিশ্বকাপত আজি ভাৰতৰ সন্মুখত পাকিস্তান

ডিজিটেল ডেস্ক, ১৪ জুন : দেওবাৰে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰ বিপক্ষে খেলি চলিত টি–২০ মহিলা বিশ্বকাপত অভিযান আৰম্ভ কৰিব হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে৷ আজি নিশা ৭ বজাত বার্মিংহামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতীয় দলটোক ফেভাৰিট…

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ পুনৰ সন্ধানহীন অসমৰ শ্ৰমিক

ডিজিটেল ডেস্ক, ১৪ জুন : দৰিদ্ৰতাৰ কবলত পৰি বহি:ৰাজ্যত কাম বিচাৰি যোৱা অসমৰ শ্ৰমিক পুনৰ সন্ধানহীন হৈ পৰে। শ্ৰমিকগৰাকী সন্ধানহীন হোৱাৰ পিছত দুশ্চিন্তাত ভুগিছে পৰিয়ালটো। এই ঘটনা সংঘটিত  হৈছে গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ গাতে লাগি থকা কলেজপাৰাত ।…

আফগানিস্তানৰ বিৰুদ্ধে প্রথম এদিনীয়াত ৭ উইকেটত জয়লাভ টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক, ১৪ জুন : ঘৰুৱা দল টীম ইণ্ডিয়াই প্রথমখন এদিনীয়াত আফগানিস্তানক ৭ উইকেটত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দলটোৱে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত ১–০ত অগ্রগতি লাভ কৰিছে৷ শনিবাৰে ধৰমশালাত বৰষুণৰ বাবে ২৫ অভাৰলৈ হ্রাস…

গোসাঁইগাঁৱত পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত এজন নিহত

ডিজিটেল ডেস্ক, ১৪ জুন : গোসাঁইগাঁৱৰ থাইচোৰগুৰিত পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। লোকজন থাইচোৰগুৰি গাঁও নিৱাসী তথা গাঁওবুঢ়া ৰত্নেশ্বৰ বসুমতাৰী বুলি চিনাক্ত কৰিছে। নিশা খাদ্য বিচাৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতী…

ডুমডুমাৰ ডেইলী বজাৰত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, ১৪ জুন : ডুমডুমাত এক বিধংসী অগ্নিকাণ্ড সংঘটিত হয়। ডুমডুমাৰ ডেইলী বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত বৰ্তমানলৈকে প্ৰায় ৬-৭ খন দোকান ইতিমধ্যেই জ্বলি ভস্মীভূত হৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে আহি জুই নিৰ্বাপণৰ…

১৪ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ জুন, জেঠ মাহৰ ৩০ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণা চতুর্দশী, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব৷…

বৈজ্ঞানিক সমীক্ষাত কাজিৰঙাত মাটিগাহৰি থকাৰ তথ্য পোহৰলৈ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা বৈজ্ঞানিক সমীক্ষাত বিশ্বজুৰি সংকটাপন্ন (Vulnerable) প্ৰজাতি হিচাপে স্বীকৃত গ্ৰেটাৰ হগ বেজাৰ (Greater Hog Badger) বা স্থানীয়ভাৱে পৰিচিত মাটি গাহৰিৰ এক সুস্থ আৰু বিস্তৃত…