১৯ জুনত আমেৰিকা-ইৰানৰ শান্তি চুক্তিত স্বাক্ষৰ!
আমেৰিকা আৰু ইৰানে তিনি মাহৰো অধিক সময় ধৰি চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দুয়োখন দেশে ১৯ জুনত ছুইজাৰলেণ্ডৰ জেনেভাত এখন শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ জৰিয়তে সামৰিক অভিযান বন্ধ হোৱাৰ…