নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা-ৰ বুঢ়াপাহাৰ বনাঞ্চল

২৬ ছেপ্টেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যা্নৰ বাগৰি বনাঞ্চল ২০২৫-২৬ বৰ্ষৰ পৰ্যটকৰ বাবে আংশিক মুকলি কৰাৰ পাছত আজিৰে পৰা উদ্যা্নখনৰ বুঢ়াপাহাৰ বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ'ল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে শেহতীয়াকৈ…

জুবিন গাৰ্গ-ৰ মৃত্যু : DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ SIT-ৰ

জুবিন গাৰ্গ-ৰ ছিংগাপুৰত অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যত গভীৰ শোক আৰু সন্দেহৰ সৃষ্টি কৰিছে। জুবিনৰ মৃত্যুৰ সৈতে নাম জড়িত হোৱা সন্দীপন গাৰ্গৰ প্ৰতি জনমানসৰ দৃষ্টি নিবদ্ধ হৈ আছিল। সন্দীপন গাৰ্গ, যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিনৰ সৈতে…

মুখ্যমন্ত্ৰী-ৰ ফটোযুক্ত বেনাৰ ফালি ৰঙাঘৰৰ আলহী হল ডবকাৰ যুৱক

মুখ্যমন্ত্ৰী-ৰ ফটোযুক্ত বেনাৰ ফালি ৰঙাঘৰৰ আলহী হল ডবকাৰ যুৱক। ধৃত যুৱকজন ডবকা চহৰৰ দহ নং ৱাৰ্ডৰ আমজদ আলী কালি ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ ডবকা চহৰৰ ১০নং ৱাৰ্ডতো অৰুণোদয় আঁচনিৰ শুভাৰম্ভৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ত চোৰাং চিকাৰী-বনৰক্ষীৰ মাজত গুলীয়াগুলী

ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ত চোৰাং চিকাৰী আৰু বনৰক্ষীৰ মাজত গুলীয়াগুলী। নিশা ১ বজাত সংঘটিত হয় এই ঘটনা। বিশেষ সূত্ৰৰ আধাৰত পহৰাদাৰী বনকৰ্মী এম্বুছ কৰি আছিল উদ্যানৰ ৰহমানপুৰ এলেকাত। বনৰক্ষীৰ উমান পাই চোৰাংচিকাৰীৰ দলে গুলীচালনা কৰে।…

বটদ্ৰৱা-ত বন্যহস্তীৰ তাণ্ডৱ, আতংকিত গঞা

বটদ্ৰৱা-ত বনৰীয়া হাতীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে এটা প্ৰকাণ্ড বন্যহস্তী। নষ্ট কৰিছে শালি ধানৰ খেতি। বটদ্ৰৱাৰ কোবাইকটা, ধনীয়াভেটি, লালুং গাঁও, ভোমোৰাগুৰি আৰু বৰ্তমান বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ মহাবিদ্যালয়ৰ সমীপৰ…

সম্পাদকীয় : কিতাপ আৰু নতুন প্রজন্ম

সম্পাদকীয় : কিতাপ আৰু নতুন প্রজন্ম মানুহে প্রথমে জুই আৱিষ্কাৰ কৰিছিল, পাছত আখৰ আৰু তাৰ পাছতে কিতাপে মানুহক সভ্যতাৰ পথেৰে আগবঢ়াই লৈ গৈ আছিল৷ শিলৰ গুহাৰ অংকনৰ পৰা আৰম্ভ কৰি, বেদ–উপনিষদ, মহাকাব্য, লাওৎ–চে বা এৰিষ্ট’টলৰ দর্শন, শেইক্সপীয়েৰৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৮ অক্টোবৰ, আহিন মাহৰ ২১ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণ প্রতিপদ, নক্ষত্র : অশ্বিনী, যাত্রা : নাই মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ সন্তানৰ শুভ৷ বৃষ : শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ…

বছৰি বিভীষিকা সৃষ্টি কৰা লুইতৰ খহনীয়াৰ পৰা পৰিত্ৰাণ পালে লাহৰীঘাটবাসীয়ে

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৭ অক্টোবৰ : এছিয়ান ডেভেলপমেন্ট বেংকৰ খহনীয়া প্ৰতিৰোধী আঁচনিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে লাহৰীঘাটবাসীলৈ। ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত এছিয়ান ডেভেলপমেন্ট বেংকে লাহৰীঘাটত অব্যাহত থকা বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ বাবে…

৩ বিজ্ঞানীলৈ অগ্ৰগণ্য আৱিষ্কাৰৰ বাবে পদার্থ বিজ্ঞানৰ ২০২৫ বৰ্ষৰ ন’বেল বঁটা প্ৰদান

ChatGPT said ChatGPT said: ২০২৫ চনৰ পদার্থবিজ্ঞানৰ ন'বেল বঁটা আজি ছুইডেনৰ ষ্টকহোমত অৱস্থিত ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্সে ঘোষণা কৰিছে। এই বছৰ পদার্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে- কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলিৰ জন…

চি আই ডিৰ লকআপত সিদ্ধাৰ্থক লাগে পাৰফিউম !

বিশেষ বাৰ্তা, ৭ অক্টোবৰ : CIDৰ লকআপত সিদ্ধাৰ্থৰ দেহৰ পৰা ওলাইছে গোন্ধ! লকআপত অস্বস্তিত পৰিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সেয়ে শৰীৰৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে সিদ্ধাৰ্থক লাগে পাৰফিউম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱিত কালত বিলাসী জীৱন…