নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোটকেন্দ্ৰত মহিলা ছুৰীৰে আক্ৰমণ ঘাতকৰ

বাক্সাৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোটকেন্দ্ৰত আক্ৰমণৰ ঘটনা ২৪নং চেমেঠিয়াপাৰা ভোটকেন্দ্ৰত সংঘটিত হৈছে ভোট দিবলৈ অহা মহিলাক আক্ৰমণৰ ঘটনা ছুৰীৰে ডিঙিত ৰেপি হত্যাৰ চেষ্টা মহিলাগৰাকীক তেজেৰে লুতুৰি পুতুৰি আহত মহিলাগৰাকীক সংকটজনক…

কাইলৈৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে পাব দৰমহা, পেঞ্চনো মুকলি

শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ২০২৫ চনৰ ছেপ্টেম্বৰৰ দৰমহা/পেঞ্চন আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি দৰমহা/পেঞ্চন ১ অক্টোবৰ ২০২৫ৰ নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা দিয়া…

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যজুৰি আজি আৰু কাইলৈ DRY DAY

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যজুৰি আজি আৰু কাইলৈ DRY DAY বন্ধ থাকিব BAR, WINE SHOP ৰাজ্যজুৰি আজি আৰু কাইলৈ ড্ৰাই ডে ৰাজ্যজুৰি বন্ধ থাকিব বাৰ ৱাইন শ্বপ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এই ড্ৰাই ডে আনহাতে কাইলৈ পৰ্যন্ত ৰাজ্যিক শোক…

আজি বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ : চিৰাঙত ৩,৯৮,৬৪৩ ভোটাৰে নিৰ্ণয় কৰিব ৫৬ প্ৰাৰ্থীৰ ভাগ্য

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : আজি অনুষ্ঠিত হৈছে বিটিচি পৰিষদৰ সাধাৰণ নিৰ্বাচন ৷ চিৰাং জিলাৰ মুঠ সাতটা পৰিষদীয় সমষ্টিত এইবেলি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৫৬গৰাকী প্ৰাৰ্থী ৷ জিলাখনৰ ১৩ নম্বৰ চিৰাং সমষ্টিত ছয়গৰাকী, ১৪ নম্বৰ চিৰাংদুৱাৰ…

BTCৰ শালবাৰী পৰিষদীয় সমষ্টিত উত্তপ্ত পৰিস্থিতি

BTCৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ৯৯নং খণ্ড বুনমাঝা গাঁৱত উত্তপ্ত পৰিস্থিতি। ৰাইজে কৰিলে ভোট বৰ্জন। বুনমাঝা গাৱৰ ৪২৩নং ভোটকেন্দ্ৰটো মথনগুৰি সমষ্টিৰ মৈৰাঝাৰ ব্ৰহ্মময়ী হাইস্কুলত স্থানান্তৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উক্ত কেন্দ্ৰত…

ঢেকীয়াজুলিত বলুকা ভাস্কৰ্যৰে বুকুৰ আপোন শিল্পী জুবিনলৈ শেষ শ্ৰদ্ধাঞ্জলি

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ২২ ছেপ্টেম্বৰ : শ্বহীদ নগৰী ঢেকীয়াজুলিত বলুকা শিল্পৰ মাধ্যমেৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে বলুকা শিল্পী তথা ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক…

BTC নিৰ্বাচন ২০২৫ : বাক্সাত ১১.৩০ বজালৈ ২৩.৯১%ৰ ভোটদান

BTC নিৰ্বাচন ২০২৫ – বাক্সা জিলাৰ ভোটাদানৰ শতাংশ ১১:৩০ বজালৈ মুঠ ভোটদান : ২৩.৯১% মথনগুৰি : ২১.৫১% শালবাৰী : ২৪.১২% কোকলাবাৰী : ২৫.৯০% দিহিৰা : ২৩.৮% মুছলপুৰ : ২৩.৬০% বাগানপৰা : ২৪.৫%…

শোকাহত সমগ্ৰ অসম : শদিয়াৰ পৰা ধুবুৰীলৈ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাৰ্ঘ্য

নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত জুবিন গাৰ্গৰ বৃহৎ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিয়মীয়া বাৰ্তা, বনগাঁও, ২২ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ আমুঠু শিল্পী, জুবিন গাৰ্গৰ স্মৃতিত কালি সন্ধিয়া মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত এক বৃহৎ…

জুবিনক হেনো জিৰাবলৈহে ছিংগাপুৰলৈ নিছিল : চাফাই গালে শ্যামকানুৱে

🔹 ফেষ্টিভেল মহন্তৰ স্পষ্টীকৰণতেই ওলাল গোকাট ফাঁকি নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ স্পন্দন জুবিন গার্গৰ মৃত্যুক লৈ তেওঁৰ লগত যোৱা একাংশৰ বিৰুদ্ধে অব্যাহত আছে ধিক্কাৰ–গৰিহণা৷ বিশেষকৈ নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত…

বর্ষাপাৰাত জনশিল্পীলৈ ৪০ মিনিট, মহিলা বিশ্বকাপত BCCIৰ জুবিনলৈ শ্রদ্ধাঞ্জলি

অপ্রত্যাশিতভাৱে ছিংগাপুৰত মৃত্যুক সাবটি লোৱা অসমৰ সর্বকালৰ অন্যতম শ্রেষ্ঠ শিল্পী জুবিন গার্গৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হল৷ বৰঝাৰস্থিত আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা অভিলেখসংখ্যক অনুৰাগীয়ে শোভাযাত্রা কৰি শিল্পীগৰাকীৰ নিথৰ দেহ অনাৰ পিছত…