শোকাহত সমগ্ৰ অসম : শদিয়াৰ পৰা ধুবুৰীলৈ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাৰ্ঘ্য
নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত জুবিন গাৰ্গৰ বৃহৎ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, বনগাঁও, ২২ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ আমুঠু শিল্পী, জুবিন গাৰ্গৰ স্মৃতিত কালি সন্ধিয়া মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত এক বৃহৎ…