নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কনচার্ট ইক’নমি : ৫ বছৰত অসমত হ’ব ৭০০ কোটিৰ কনচার্ট অর্থনীতি

ভাৰতৰ কনচার্ট ইক’নমিৰ নতুন অভিকেন্দ্র হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে অসম৷ গুৱাহাটীৰ খানাপাৰাত প’ষ্ট মেলনৰ অনুষ্ঠানৰ পিছত ৰাজ্যৰ পর্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্রভাৱ পৰিছে আৰু আগন্তুক ৫ বছৰত ৭০০ কোটি টকাৰ অর্থনৈতিক সম্ভাৱনাৰ…

দুভৰিৰ যাদুত কঁপিব বিশ্ব… আজিৰে পৰা বিশ্বকাপ ফুটবল

মাজতে মাত্র কেইটামান ঘণ্টা বাকী৷ এটা ট্রফীৰ বাবে যুঁজিবলৈ সাজু হৈছে ৪৮খনকৈ দেশে৷ দুভৰিৰ যাদুত কঁপিব বিশ্ব ফুটবল৷ সমগ্র বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ পুনৰ সাজু হৈছে ফিফা বিশ্বকাপ৷ নানা বিতর্কৰ অন্তত আজিৰে পৰা আমেৰিকা–কানাডা–মেক্সিকোত…

সম্পাদকীয় : আই–পিতাইৰ চৰণত স্বর্গ…

জন্মৰ পিছৰ প্রথম খোজটো সবলভাৱে দিবলৈ শিকোৱা মানুহ দুজনেই আই–পিতাই৷ তেওঁলোকৰ আঙুলিত ধৰিয়েই খোজ কাঢ়িবলৈ শিকে সন্তানে৷ লাহে লাহে খোজবোৰ সবল হয়, আত্মবিশ্বাস বাঢ়ে৷ আত্মবিশ্বাসী সন্তানক দেখি পিতৃ–মাতৃৰ সুখ দুগুণে বাঢ়ে৷ বহু সময়ত পিতৃ–মাতৃয়ে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ জুন, জেঠ মাহৰ ২৭ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই মেষ : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ পুৰণি কোনো বন্বুূক লগ পাব পাৰে৷ যান–বাহনৰ পৰা শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা৷ মনৰ আশা ভংগ হ’ব পাৰে৷…

বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দুগৰাকীকৈ ছোৱালী অপহৰণৰ ঘটনা

বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দুগৰাকীকৈ ছোৱালী অপহৰণ কৰি নিয়া ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰহস্যজনক অপৰাধৰ ঘটনাৰ সৈতে শুৱালকুছিৰে কৈৱৰ্ত পাৰাৰ এগৰাকী মহিলা জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ছোৱালী দুগৰাকীৰ পৰিয়ালে। ঘটনা অনুসৰি যোৱা ৬…

বৰপেটাৰোডত খাদ্য সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ জিলা প্ৰশাসনৰ

বৰপেটাৰোডত খাদ্য সুৰক্ষাক লৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। বিষাক্ত ৰাসায়নিক ৰং মিহলাই পাচলি বিক্ৰীৰ অভিযোগত অসাধু ব্যৱসায়ী হাইদৰ আলীৰ গুদাম ছীল কৰি দিয়ে প্ৰশাসনে। আজি পুৱা বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত চলোৱা এই…

বিশেষ লেখা : জনসাধাৰণৰ বিশ্বাসে গঢ়িছে এক ঐতিহাসিক মাইলৰ খুঁটি

নীতিশ কুমাৰ ভাৰতৰ দৰে এখন বিশাল আৰু প্ৰতিযোগিতাপূৰ্ণ গণতন্ত্ৰত জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰাটো অতি কঠিন আৰু ইয়াক ধৰি ৰখাটো তাতকৈও অধিক জটিল। তথাপিও, নিৰন্তৰ ৰাজনৈতিক প্ৰত্যাহ্বান আৰু তীব্ৰ জনসাধাৰণৰ পৰ্যবেক্ষণৰ মাজতো নৰেন্দ্ৰ মোদীয়ে…

তিনি দিন সন্ধানহীন সাংবাদিকৰ মৃতদেহ গংগাধৰ নৈত উদ্ধাৰ

বিগত প্ৰায় তিনি দিন ধৰি সন্ধানহীন হৈ থকা বিশিষ্ট সাংবাদিক তথা আগমনী-বক্সিৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি পাপ্পু জ্যোতিষীৰ মৃতদেহ মঙলবাৰে গভীৰ নিশা ভাৰত-বাংলাদেশ সীমান্ত সংলগ্ন গংগাধৰ নদীৰ পৰা উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি…

বিশেষ লেখা : দিল্লীক অসমৰ কাষ চপাই অনা প্রধানমন্ত্রীগৰাকী

ড০ হিমন্ত বিশ্ব শর্মা অসমৰ এটা প্রজন্মই দীর্ঘদিন ধৰি এক নীৰৱ অথচ অবিৰত বিচ্ছিন্নতাবোধৰ মাজত ডাঙৰ–দীঘল হৈছিল৷ সেই সময়ৰ ৰাজনীতি আৰু অভিজ্ঞতাই তেওঁলোকক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছিল যে দিল্লীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে…

নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা ৰেফাৰী হিচাপে স্বীকৃত নীলাক্ষি শইকীয়া

অসম বক্সিং সন্থাৰ উদ্যোগত আৰু ভাৰতীয় বক্সিং ফেডাৰেচনৰ তত্বাৱধানত অসমত প্ৰথম বাৰৰ বাবে আয়োজন কৰা প্ৰফেছনেল বক্সিং লীগ কাজিৰঙা ৰাইন কাপ শেহতীয়াকৈ গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। অসমৰ লগতে অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ,…