এছিয়া কাপৰ আজিৰ মেচ IND vs UAE নহয়, ‘ভাৰত বনাম মিনি ভাৰত’হে
এছিয়া কাপ ২০২৫ৰ দ্বিতীয় মেচখন আজি ভাৰত আৰু ইউএইৰ মাজত অনুষ্ঠিত হ’ব। টি-২০ ফৰ্মেটত এই দুই দেশৰ মাজত এইখন দ্বিতীয়বাৰৰ মুখামুখি। কিন্তু আজিৰ মেচৰ এক বিশেষ আকৰ্ষণ হ’ল— এই মেচত ১১জনৰ পৰিৱৰ্তে মুঠ ১৭জন ভাৰতীয় খেলুৱৈ খেলপথাৰত নামিব পাৰে! কাৰণ,…