নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

IIT গুৱাহাটী-ত ৬টা জুনিয়ৰ টেকনিচিয়ান পদত চাকৰি

আইআইটি গুৱাহাটী নিয়োগ ২০২৫ – ৬টা জুনিয়ৰ টেকনিচিয়ান পদ আবেদনৰ অন্তিম তাৰিখ: 15/09/2025 ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটী (IITG)-এ ৬টা জুনিয়ৰ টেকনিচিয়ান পদৰ বাবে নিয়োগৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে তলত দিয়া…

নৱেম্বৰত বিধানসভাত জনজাতিকৰণক লৈ চৰকাৰে দিব প্রতিবেদন

ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চলি থকা বিতর্ক আৰু আলোচনাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণক লৈ দিলে এক ভাল খবৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ…

HSত ৮০% নম্বৰ পোৱা শিক্ষার্থীয়ে পাব স্কুটী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে মেধাৱী বিদ্যার্থীলৈ স্কুটী প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি কেবিনেটে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৫ত ৮০ শতাংশ বা তাতকৈ অধিক…

এতিয়াৰে পৰা ১০ দিনৰ ভিতৰত বিদেশীক বহিষ্কাৰ কৰিব পাৰিব DC-এ

জিলা আয়ুক্তৰ হাতত প্রচুৰ ক্ষমতা প্রদান কৰাৰ লগতে জিলা আয়ুক্তই ১০ দিনৰ ভিতৰত অনুপ্রৱেশকাৰীক বহিষ্কাৰ কৰিব পাৰিব৷ দিছপুৰ লোকসেৱা ভৱনত বিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক…

চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ–ৰাষ্ট্রপতি, ভোটযুদ্ধত পৰাস্ত বিৰোধী প্রার্থী বি সুদর্শন

দেশৰ নতুন উপ–ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণন৷ প্রত্যাশিতভাৱেই বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী চি পি ৰাধাকৃষ্ণনে উপ–ৰাষ্ট্রপতি নির্বাচনত বিৰোধী ইণ্ডি জোঁটৰ প্রার্থী বি সুদর্শন ৰেড্ডীক পৰাজিত কৰি দেশৰ পঞ্চদশ সংখ্যক উপ–ৰাষ্ট্রপতি হিচাপে…

সন্মুখত UAE : এছিয়া কাপত আজি অভিযানত নামিব টীম ইণ্ডিয়া

বহু জল্পনা–কল্পনাৰ অন্তত সংযুক্ত আৰব আমিৰশ্বাহীত আৰম্ভ হোৱা এছিয়া কাপত আজি অভিযানত নামিব টীম ইণ্ডিয়া৷ ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল ইউএই৷ প্রায় ৭ মাহ বিৰতিৰ পিছত পুনৰ টি–২০লৈ উভতি…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১০ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৪ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : ৰেৱতী, যাত্রা : নাই মেষ : চাকৰিয়ালসকলৰ দিনটো শুভ, প্রেমত ভুল বুজাবুজি, বিদ্যাত মধ্যম৷ শুভ ৰং নীলা৷ বৃষ : ৰাজনৈতিক ক্ষেত্রত জড়িতসকলৰ মানসিক…

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ডিব্ৰুগড় জেলৰ পৰা ভোটদান অমৃতপল সিঙৰ

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানে বন্দী হৈ থকা পাঞ্জাৱৰ খাদূৰ চাহাবৰ সাংসদ অমৃতপল সিঙে আজি ২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ অংশগ্ৰহণ কৰে। ভাৰতীয় নিৰ্বাচন আয়োগে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অসমৰ মুখ্য সচিবক কাৰাগাৰত…

Gen-Z-ৰ প্ৰতিবাদ : নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰ পদত্যাগ

নেপালত ছ’চিয়েল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰু কথিত দুৰ্নীতিৰ বিৰুদ্ধে Gen-Z তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। Gen-Z আন্দোলনে নেপালত একপ্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগৰ পিছত এতিয়া দেশৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ…

এছিয়া কাপ ক্ৰিকেট আৰম্ভ : পিছে ক’ত কেনেকৈ চাব পাৰিব লাইভ খেল

আজিৰ পৰা এছিয়া কাপ ২০২৫ আৰম্ভ হৈছে, যাৰ প্ৰথম মেচ আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতীয় দলে তেওঁলোকৰ প্ৰথম মেচ কাইলৈ ইউএইৰ বিৰুদ্ধে খেলিব। এফালে ভাৰতীয় দল তেওঁলোকৰ নৱম এছিয়া কাপ খিতাপৰ দিশত আগবাঢ়িবলৈ চেষ্টা কৰিব,…