নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আমেৰিকাত ট্রাম্পৰ ঘনিষ্ঠ চাৰ্লি কিৰ্কক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

🔹 আক্রমণকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব : ট্ৰাম্প নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : আমেৰিকাত ডনাল্ড ট্রাম্পৰ ঘনিষ্ঠ দক্ষিণপন্থী নেতা চাৰ্লি কিৰ্কক গুলীয়াই হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে। বৃহস্পতিবাৰে দুৰ্বৃত্তই নাতিদূৰৈৰ পৰা গুলীয়াই হত্যা কৰে…

অসম স্বাস্থ্যসেৱা সঞ্চালকালয়ত ১৯১টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ অসম স্বাস্থ্যসেৱা সঞ্চালকালয়ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷

বনকর্মীক পিঞ্জৰাত ভৰাই থ’লে গাঁওবাসীয়ে

🔹 বন্যপ্রাণীৰ তাণ্ডৱৰ অভিযোগক গুৰুত্ব নিদিয়াক লৈ ক্ষোভ নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : প্রতিদিনেই বন্যপ্রাণীৰ তাণ্ডৱৰ সন্মুখীন হোৱা কর্ণাটকৰ এখন গাঁৱৰ বাসিন্দাই বন বিভাগক অভিযোগ দি কোনোধৰণৰ সদুত্তৰ নোপোৱাত ক্ষোভিত গাঁওবাসীয়ে অৱশেষত এনে ঘটনা…

উত্তৰ প্রদেশ সীমান্তত নেপালৰ ৫ কয়েদীক গ্রেপ্তাৰ আৰক্ষীৰ

🔹 অশান্ত নেপালৰ পৰা ভাৰতত অনুপ্রৱেশৰ চেষ্টা নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : জেন জেডৰ বিক্ষোভত অশান্ত নেপালত কাৰাগাৰৰ পৰা পলায়ন কৰি ভাৰতীয় ভূমিত অনুপ্রৱেশৰ চেষ্টা চলোৱা ৫ কয়েদীক গ্রেপ্তাৰ কৰা হৈছে৷ উত্তৰ প্রদেশৰ সীমান্তত জে’লৰ পৰা পলাতক পাঁচ…

বিশ্ব কিক-বক্সিং প্ৰতিযোগিতালৈ বিলাসীপাৰাৰ নয়নজিত

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ : বিশ্ব কিক-বক্সিং ৰিঙত নামিব ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ বিলাসীপাৰা সমজিলাৰ নৱজিত ৰায়ে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ নাম সন্নিৱিষ্ট কৰি নৱজিতে ৰাজ্যখনৰ লগতে পশ্চিম অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই…

ফ্রান্সতো বিদ্রোহৰ জুই : ৰাষ্ট্রপতিৰ বিৰুদ্ধে পেৰিছৰ ৰাজপথত হাজাৰ হাজাৰ জনতাৰ তাণ্ডৱ

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : নেপালৰ পিছত চৰকাৰৰ বিৰুদ্ধে বিদ্রোহৰ জুই ফ্রান্সত৷ ৰাষ্ট্রপতি এমানুৱেল মেক্রন আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে ৰাজধানী পেৰিছত হাজাৰ হাজাৰ জনতাই বিক্ষোভ প্রদর্শনৰ সময়ত হিংসাত্মক কার্যকলাপ সংঘটিত হয়৷ নিৰাপত্তাৰক্ষী আৰু…

মাত্র ২৭টা বলতে জয়লাভ টীম ইণ্ডিয়াৰ : এছিয়া কাপত ৫৭ত অল আউট ইউএই

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : এছিয়া কাপত বিস্ফোৰক আৰম্ভণি টীম ইণ্ডিয়াৰ৷ সংযুক্ত আৰব আমীৰশ্বাহীত চলি থকা প্রতিযোগিতাখনৰ গ্রুপ এৰ ল’ স্ক’ৰিং মেচখনত টীম ইণ্ডিয়াই মাত্র ২৭টা বলতে জয়ৰ লক্ষ্যত উপনীত হয়৷ ইউএইয়ে জয়ৰ বাবে বান্ধি দিয়া মাত্র ৫৮ ৰানৰ…

নেপালত গণবিদ্রোহৰ জুই

বাংলাদেশ, শ্রীলংকাৰ পিছত নেপালত গণবিদ্রোহৰ জুই ক্রমাৎ বিপজ্জনক হৈ পৰিছে৷ Gen Zৰ অভূতপূর্ব প্রতিবাদত প্রায়বোৰ চহৰৰ পৰিস্থিতি এতিয়া অগ্ণিময়৷ এনে পৰিস্থিতিত দেশৰ সর্বশক্তিমান মন্ত্রী, ৰাজনীতিবিদে দেশ এৰি পলায়ন কৰিবলগীয়া হৈছে৷ নেপালত ব্যক্তিগত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৫ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই মেষ : পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত আৱেগ৷ শুভ ৰং…

ৰাছিয়াৰ গোল্ডেন ৰিং মহোৎসৱত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত পৰীস্মিতা

ৰাছিয়াৰ আন্তৰ্জাতিক গোল্ডেন ৰিং মহোৎসৱ (Golden Ring Festival)লৈ আমন্ত্ৰিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰজ্ঞা নগৰী নলবাৰীৰ মেধাৱী নৃত্যশিল্পী পৰীস্মিতা দত্তই ৷ ৰাজ্যখনৰ  নৃত্য-শিক্ষা আৰু সৃষ্টিশীল পৰিৱেশনৰ ক্ষেত্ৰখনৰ সমাদৃত বিদ্যায়তনিক…