নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গড়গাঁও কলেজত সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী পালন

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অৱদানসমূহৰ আৰু অধিক গৱেষণামূলক অধ্যয়নৰ প্ৰয়োজন আছে। অসমত নতুনকৈ স্থাপন হোৱা বিশ্ববিদ্যালয়সমূহত ভূপেন হাজৰিকাৰ আসন প্ৰতিষ্ঠা কৰি ড০ ভূপেন হাজৰিকাৰ গৱেষণা-চৰ্চাক আৰু অধিক তৰান্বিত কৰিব পাৰি। বিশ্ব বৰেণ্য শিল্পী,…

ভূপেনদা-ময় সুধাকণ্ঠৰ লক্ষ্যস্থান তেজপুৰ, কলাভূমিত শতাব্দীৰ সুবাস 

জন্ম শতবৰ্ষৰ শুভাৰম্ভণিৰ দিনটোতে আজি পুৱাই তেজপুৰৰ চৌদিশ হৈ পৰিল ভূপেন হাজৰিকাময়। সুধাকণ্ঠগৰাকীৰ সৃষ্টিৰাজিৰ মূল পৃষ্ঠভূমি সংস্কৃতিৰ নগৰী তেজপুৰৰ সকলো সামাজিক -সাংস্কৃতিক অনুষ্ঠান আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ড০ ভূপেন হাজৰিকা জন্ম…

সৃষ্টিশীলতাৰ সিপাৰে কেতিয়াবা

ড০ পার্থসাৰথি মহন্ত প্রশ্ণটো পুৰণি, কিন্তু কেতিয়াও পুৰণি নহয়৷ শিল্পীসকল কিয় বেলেগ? প্রায়েই আমাৰ সকলোৰে মনলৈ অহা এটা প্রশ্ণ৷ তেওঁলোকক আনতকৈ কিয় বেলেগ দেখা যায়? খোজ–কাটল, সাজ–পোছাক, কথা–বার্তা বেলেগ বেলেগ৷ কিয়? আমি বিভ্রান্ত হৈ পৰোঁ৷…

পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যু পিতা-পুত্ৰৰ, ছিপাঝাৰ-ত সৰ্বত্ৰ শোক

ছিপাঝাৰ-ৰ সেনাপতিপাৰাত সংঘটিত হল এক অঘটন। পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ললে পিতা-পুত্ৰই। দেওবাৰে দুপৰীয়া পিতৃৰ সৈতে পুখুৰীত গা ধুবলৈ গৈছিল পাঁচ বছৰীয়া পুত্ৰ কৃষ্টিমান চহৰীয়া। কৃষ্টিমান চহৰীয়া নামৰ পাঁচ বছৰীয়া সন্তানটোৰ গা…

এছিয়া কাপ হকী-ত চেম্পিয়ন ভাৰত, ২০২৬ বিশ্বকাপলৈ প্ৰত্যক্ষ যোগ্যতা অৰ্জন

ভাৰতীয় পুৰুষ হকী দলে বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী ২০২৫ৰ ফাইনেলত প্ৰতিদ্বন্দ্বী চেম্পিয়ন দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰে। এই ঐতিহাসিক জয়েৰে ভাৰতে আঠ বছৰৰ প্ৰতীক্ষাৰ অন্ত পেলাই মহাদেশীয় মুকুট পুনৰ দখল কৰাৰ লগতে ২০২৬…

কেলিফৰ্নিয়া-ত সুৰক্ষা কৰ্মীক গুলীয়াই হত্যা, সোমাইছিল ডংকি ৰুটৰ জৰিয়তে

আমেৰিকাৰ কেলিফৰ্নিয়া-ত সুৰক্ষা কৰ্মী চাকৰি কৰা এজন ভাৰতীয় লোকক গুলীয়াই হত্যা কৰা হৈছে। মৃত যুৱকজনৰ নাম কপিল। তেওঁ হাৰিয়ানাৰ জিন্দ জিলাৰ বৰাহ কলা গাঁৱৰ বাসিন্দা আৰু তেওঁৰ বয়স আছিল মাত্ৰ ২৬ বছৰ। এই ঘটনা ৭ ছেপ্টেম্বৰত সংঘটিত হৈছিল,…

বিজয় মালিয়া–নীৰৱ মোদীৰ নতুন ঠিকনা তিহাৰ জে’ল : তিহাৰত ব্রিটিছ আদালতৰ প্রতিনিধি দল

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : কোটি কোটি টকাৰ ঋণ লৈ পলাতক হৈ থকা বিজয় মালিয়া আৰু নীৰৱ মোদীৰ পৰৱর্তী ঠিকনা হ’ব পাৰে তিহাৰ জে’ল৷ দুয়োগৰাকী হাইপ্রফাইল প্রৱঞ্চকে ব্রিটেইনত আশ্রয় লৈ থকাৰ পিছত ভাৰতলৈ প্রত্যর্পণ কৰা সন্দর্ভত দীর্ঘদিনীয়া জল্পনা–কল্পনা…

ডুবাইত অনুশীলন ভাৰত–পাক দলৰ : পেহেলগাম কাণ্ডৰ পাছত প্রথম মুখামুখি

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীৰ আক্রমণৰ পাছত ক্রিকেট যুঁজত মুখামুখি হ’ব ভাৰত–পাকিস্তান৷ এছিয়া কাপত ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তান মহাৰণ৷ ইয়াৰ পূর্বে ডুবাইত অনুশীলনত মুখামুখি হ’ল দুয়োটা দল৷ ডুবাইৰ…

ইউক্রেইনৰ সচিবালয়ত ৮০৫ ড্রোন, ক্ষেপণাস্ত্রৰ আঘাত : তিনি বছৰীয়া যুদ্ধৰ আটাইতকৈ ভয়াৱহ আক্রমণ ৰাছিয়াৰ

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ বাবে বিভিন্ন পক্ষই মধ্যস্থতাৰে প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে দেওবাৰে তিনিবছৰীয়া যুদ্ধৰ সর্ববৃহৎ আক্রমণ চলায় পুটিন বাহিনীয়ে৷ মস্কোৱে ইউক্রেইনৰ সচিবালয়কে ধৰি ৰাজধানী কিয়েভৰ কেইবাটাও…

বিশ্ব আর্চাৰীত ভাৰতৰ ইতিহাস : পুৰুষৰ দলগত ইভেণ্টত সোণালী সাফল্য ভাৰতীয় আর্চাৰৰ

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : বিশ্ব আর্চাৰী চেম্পিয়নশ্বিপত ইতিহাস৷ প্রথমবাৰৰ বাবে পুৰুষৰ দলগত ইভেণ্টত সোণালী সাফল্য ভাৰতৰ৷ কালি কোৰিয়াৰ গুৱাংজুত অনুষ্ঠিত প্রতিযোগিতাখনত ভাৰতীয় কম্পাউণ্ড দলে ফ্রান্সক পৰাস্ত কৰি প্রথমবাৰৰ বাবে স্বর্ণ পদক দখল…