নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

GMCH-ত ধৰণী বৈশ্যৰ মৰণোত্তৰ দেহদান, ইলোৰা বিজ্ঞান মঞ্চৰ শোক

গুৱাহাটী কাহিলিপাৰা নিৱাসী সমাজহিতৈষী ধৰণী বৈশ্যই কালি নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৩ বছৰ। অবিবাহিত প্ৰয়াত বৈশ্যই ভাতৃ-ভগ্নীৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক…

জন্ম শতবর্ষত জাতিৰ প্রাণক সুঁৱৰিলে অসমীয়াই : বুঢ়ালুইতৰ দুয়োপাৰত সুধাকণ্ঠৰ গানৰ প্রতিধ্বনি

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : কালজয়ী সৃষ্টিৰাজিৰে অসমীয়া জাতিসত্তাক সমৃদ্ধ কৰা মহান মনীষী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শততম ওপজা দিন উদযাপন কৰিলে অসমীয়াই ৷ গীত–মাত–কবিতাৰে অসমীয়া জাতিৰ বৰভেটি মজবুত কৰি যোৱা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জীৱন…

আজিৰে পৰা এছিয়া কাপ-২০২৫, সমুখসমৰত আফগানিস্তান-হংকং

এছিয়া কাপ ২০২৫ আজিৰে পৰা আৰম্ভ হব। আৰম্ভণী মেচত অংশ লব আফগানিস্তান আৰু হংকঙে। এছিয়ান ক্ৰিকেটৰ এই মহাসংগ্ৰাম আজিৰ পৰা আৰম্ভ হ’ব। এইবাৰৰ এছিয়া কাপ টি-২০ ফৰ্মেটত খেলা হ’ব। আফগানিস্তান আৰু হংকঙৰ মাজত টুৰ্ণামেণ্টৰ প্ৰথম মেচ আজি অনুষ্ঠিত হ’ব।…

মৰিগাঁও অসামৰিক চিকিৎসালয়ত ১০ ঘণ্টাত ২১ চিজাৰিয়ান অস্ত্রোপচাৰ : কর্তব্যৰত চিকিৎসকলৈ জাননী জিলা…

বার্তা ব্যুৰ’, মৰিগাঁও, ৯ ছেপ্টেম্বৰ : মৰিগাঁও জিলা সদৰস্থিত শ্বহীদ তিলক-হেমৰাম-গুণভিৰাম অসামৰিক চিকিৎসালয়ত বিগত ৫ ছেপ্টেম্বৰত ১০ ঘণ্টাৰ ভিতৰত কর্তব্যৰত এগৰাকী চিকিৎসকে ২১টি নৱজাতকৰ প্রসৱ কৰাইছিল৷ এই তথ্য লাভ কৰাৰ পাছত মৰিগাঁও জিলা প্রশাসনৰ…

Gen Z-ৰ বিক্ষোভত বিস্ফোৰক নেপাল, পুলিচৰ গুলীত নিহত ২১ প্রতিবাদী

Gen Z বিদ্রোহত জ্বলিছে নেপাল৷ তৰুণ প্রজন্মৰ প্রতিবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘর্ষত ৰণক্ষেত্রত পৰিণত কাঠমাণ্ডু৷ কে পি অলি শর্মা নেতৃত্বাধীন চৰকাৰে সামাজিক মাধ্যম নিষিদ্ধকৰণক লৈ নেপালৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক–যুৱতী৷ তৰুণ প্রজন্মৰ…

উপ–ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্ৰহণ আৰম্ভ, ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কোন হব বিজয়ী

আজি দেশে লাভ কৰিব পঞ্চদশসংখ্যক উপ–ৰাষ্ট্রপতি৷ স্বাস্থ্যজনিত কাৰণত উপ–ৰাষ্ট্রপতি পদৰ পৰা জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পিছত এই পদবীৰ বাবে আজি আনুষ্ঠানিক নির্বাচন চলি আছে৷ নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী চি পি ৰাধাকৃষ্ণন বনাম বিৰোধী…

হিট এণ্ড ৰান গোচৰ : অভিনেত্রী নন্দিনী কাশ্যপ-ৰ জামিন মঞ্জুৰ

অৱশেষত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হ’ল হিট এণ্ড ৰান গোচৰত অভিযুক্ত অভিনেত্রী নন্দিনী কাশ্যপৰ৷ কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশৰ আদালতে নন্দিনীৰ জামিন মঞ্জুৰ কৰিছে৷ শেহতীয়াকৈ হিট এণ্ড ৰান গোচৰটোত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাৰ…

মদগর্বী ট্রাম্পৰ ছন্দপতন

কেতিয়াবা মৃত্যুমুখী অর্থনীতিৰ দেশ, কেতিয়াবা কৰৰ ৰজা আৰু কেতিয়াবা চীনৰ অন্ধকাৰত চামিল হোৱা বুলি ভাৰতবর্ষক উপহাস কৰা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সুৰ সলাবলৈ বাধ্য হৈছে৷ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতিৰ আসনত অধিষ্ঠিত হৈয়ে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৩ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা দ্বিতীয়, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই মেষ : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ…

কামৰূপত সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ শুভ উদ্বোধন

সমগ্ৰ ৰাজ্যৰ লগতে আজি কামৰূপ জিলাতো বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। মহান শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভ উদ্বোধনী উপলক্ষে আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত…