নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰূপহীহাটৰ কাৱৈমাৰীত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ১ 

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৬ ছেপ্টেম্বৰ : ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান অব্যাহত আছে ৷ যোৱানিশা কাৱৈমাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কাৱৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিয়ান ৷ আৰক্ষীৰ অভিয়ানত ১৫ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ…

মাধ্যমিক শিক্ষা বিভাগত ৫৯টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

পাৱাৰগ্রীড কর্প’ৰেচনত ১,৫৪৩টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ ছেপ্টেম্বৰ পাৱাৰগ্রীড কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালী হোৱা ফিল্ড ইঞ্জিনীয়াৰ আৰু ফিল্ড ছুপাৰভাইজৰ পদত যথেষ্টসংখ্যক লোকক ঠিকা ভিত্তিত নিযুক্তি দিয়া হ’ব৷

গগনযানৰ যাত্রীৰ মডিউলৰ পেৰাছ্যুট পৰীক্ষণ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সফলতা

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : ভাৰতৰ বহুপ্রতীক্ষিত মানৱসহিত মহাকাশ কার্যসূচী গগনযান অভিযানৰ কাৰণে অতি গুৰুত্বপূর্ণ পেৰাছ্যুট প্রশিক্ষণ সফলতাৰে সম্পন্ন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে৷ ইছৰোৱে কালি এই সফল পৰীক্ষণৰ ভিডিঅ’ ফুটেজ…

মেঘালয়ৰ হানীমুন হত্যা-ৰ চাৰ্জশ্বীট দাখিল, কাক মূল অভিযুক্ত কৰিলে আৰক্ষীয়ে

হানীমুন হত্যা : মেঘালয় আৰক্ষীৰ এছ আই টি-য়ে হাই-প্ৰফাইল হানীমুন হত্যাকাণ্ডৰ গোচৰত ৭৯০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে। এই গোচৰ ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত, যিয়ে সমগ্ৰ দেশত চাঞ্চল্য সৃষ্টি কৰিছিল। আৰক্ষীয়ে আদালতত…

অসম গেছ কোম্পানী আৰু C-DAC-ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

অসম গেছ কোম্পানী আৰু C-DAC-ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ বিভিন্ন দিশৰ প্ৰযুক্তিগত উন্নয়ন তথা ন-উদ্ভাৱনৰ দিশে অগ্ৰসৰ হোৱাৰ উদ্দেশ্যে অসম গেচ কোম্পানী লিমিটেড আৰু ভাৰত চৰকাৰৰ ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্ৰণালয়ৰ অধীনস্থ চেণ্টাৰ…

গুৱাহাটী-ৰ ৰাজপথত ই–ৰিক্সাচালকৰ দৌৰাত্ম্য  

গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাৰ ভিতৰত অন্যতম এক গুৰুত্বপূর্ণ সমস্যা হ’ল যান–জঁট৷ মহানগৰীৰ যান–জঁটৰ সমস্যা সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা অনুসৰি পৰিবহণ বিভাগ আৰু মহানগৰ যান–বাহন আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্রহণ…

আজি ৰিঙত নামিব লাভলীনা বৰগোহাঁই, লিভাৰপুলত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

ইংলেণ্ডৰ লিভাৰপুলত ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে বিশ্ব বক্সিং চেম্পিয়নশ্বিপ৷ লিভাৰপুলৰ পৰা প্রায় ৭৯৩৫ কিলোমিটাৰ দূৰৈৰ গোলাঘাট জিলাৰ বৰপথাৰত থকা শুভাকাংক্ষী তথা পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিছে৷ কিয়নো ভাৰতৰ হৈ বিশ্ব বক্সিং…

২৭ বছৰৰ মূৰত ইংলেণ্ড-ত এদিনীয়া শৃংখলা জয় দঃ আফ্রিকাৰ, বিশ্বাভিলেখ ব্রিটজকেৰ

সুদীর্ঘ ২৭ বছৰৰ মূৰত ইংলেণ্ড-ৰ মাটিত দ্বিপাক্ষিক এদিনীয়া শৃংখলা দখল কৰিলে দক্ষিণ আফ্রিকাই৷ ইংৰাজ বাহিনীৰে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ লর্ডছত অনুষ্ঠিত দ্বিতীয়খন মেচতো দক্ষিণ অফ্রিকাই ঘৰুৱা দলটোক পাঁচ ৰানত পৰাস্ত কৰে৷ প্রথম…

ফিফা বিশ্বকাপ কোৱালিফায়াৰত পৰাস্ত জার্মানী, ঘৰৰ মাটিত অন্তিম মেচ মেছিৰ

জার্মানী-ৰ ফিফা বিশ্বকাপ ২০২৬ৰ যোগ্যতা অর্জনৰ অভিযান পৰাজয়েৰে আৰম্ভ হৈছে৷ শ্লোভাকিয়াৰ ব্রাটিশ্লাভাত অনুষ্ঠিত গ্রুপ এৰ এখন মেচত দুর্বল দল শ্লোভাকিয়াৰ হাতত ০–২ গ’লত পৰাজয় স্বীকাৰ কৰে৷ অৱশ্যে স্পেইন আৰু বেলজিয়ামে জয়লাভ কৰি সম্পূর্ণ পইণ্ট…