নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ভাৰতৰ কঠোৰ স্থিতিত সুৰ সলনি ট্রাম্পৰ : মহান প্রধানমন্ত্রী মোদীৰে আমাৰ বন্ধুত্ব সদায় অটুট থাকিব

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : ভাৰতৰ কঠোৰ স্থিতিত সুৰ সলনি হ’ল ট্রাম্পৰ৷ ৰাছিয়াৰ পৰা তেল ক্রয় কৰাক লৈ ভাৰতৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অতিৰিক্ত শুল্ক ৫০ শতাংশ আৰোপ কৰাক লৈ ভাৰত–মার্কিন সম্পর্কত অৱনতি ঘটাই নহয়,…

সুধাকণ্ঠৰ জন্ম শতবার্ষিকী : আমেৰিকাৰ পৰা আহি পালে পুত্র তেজ, বোৱাৰী–নাতি

🔹 ১৩ ছেপ্টেম্বৰত খানাপাৰাৰ অনুষ্ঠানত অংশ ল’ব প্রধানমন্ত্রীয়ে ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনক লৈ চলা প্রস্তুতিৰ মাজতে অনুষ্ঠানত অংশগ্রহণৰ বাবে সুদূৰ আমেৰিকাৰ পৰা অসমত উপস্থিত হ’ল পুত্র তেজ…

চিকিৎসকৰ পৰা উৎকোচ দাবী : দুর্নীতি নিবাৰকৰ জালত স্বাস্থ্য সঞ্চালকালয়ৰ ইউডিএ

🔹 দৰমহাৰ বিল বনোৱাৰ নামত বিচাৰিছিল ১০ হাজাৰ টকা বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : চিকিৎসকৰ পৰা দৰমহাৰ বিল বনাই দিয়াৰ বাবদ উৎকোচ বিচাৰি দুর্নীতি নিবাৰক আৰু তদাৰকী শাখা সঞ্চালকালয়ৰ জালত পৰিল হেঙেৰাবাৰীৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ উচ্চবর্গৰ সহায়ক…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ ছেপ্টেম্বৰ, ভাদ মাহৰ ২১ তাৰিখ দেওবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : শতভিষা, যাত্রা : মধ্যম মেষ : আজিৰ দিনটোত বিশেষ সাৱধানতা অৱলম্বন কৰা বাঞ্ছনীয়। বিদ্যাৰ্থীসকলে মনোযোগেৰে অধ্যয়ন অব্যাহত ৰখাৰ চেষ্টা কৰি যোৱা উচিত। আপোনাৰ দায়িত্ব–কৰ্তব্য…

জল্পনা-কল্পনাৰ অন্ত, শ্ৰেয়াছ আয়াৰক অধিনায়ক ঘোষণা বিচিচিআইৰ

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : এছিয়া কাপৰ দলত স্থান নোপোৱাৰ পিছতো আইপিএলত দুৰ্দান্ত ফৰ্মত থকা শ্ৰেয়াছ আয়াৰৰ বাবে সুখবৰ। বিচিচিআয়ে (BCCI) তেওঁক অষ্ট্ৰেলিয়া ‘এ’ৰ বিৰুদ্ধে ভাৰত ‘এ’ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰিছে। আইপিএলত ১৭ খন মেচত ৬০৪ ৰানৰ…

২০২৭ৰ এদিনীয়া বিশ্বকাপ যাব প্ৰটিয়াজ বাহিনীৰ দখললৈ!

২০২৭ৰ এদিনীয়া বিশ্বকাপলৈ এতিয়াও দুই বছৰ বাকী আছে। কিন্তু ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনৰ ভৱিষ্যদ্বাণীয়ে সকলোকে চমকিত কৰিছে। তেওঁৰ মতে, ২০২৭ৰ বিশ্বকাপ দক্ষিণ আফ্ৰিকাই জয় কৰিব। দক্ষিণ আফ্ৰিকা এনে এটা দল যিয়ে কেতিয়াও এদিনীয়া…

৩০টা পদকেৰে CBSE এথলেটিকছত DPS দুলীয়াজানৰ কৃতিত্ব

গুৱাহাটীৰ ৰয়েল গ্ল’বেল স্কুলত অনুষ্ঠিত CBSE ক্লাষ্টাৰ-১ এথলেটিকছ্ মিটত দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলে বিশেষ সফলতা লাভ কৰিছে। ৪৫খনতকৈও অধিক অংশগ্ৰহণকাৰী বিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিদ্যালয়খনে ব্যক্তিগত শাখাত ১৮ টা আৰু…

ঢকুৱাখনাত আন্তৰ্জাতিক শগুন সজাগতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ ছেপ্টেম্বৰ : দেশ-বিদেশৰ বিভিন্ন স্থানৰ লগতে আজি ঢকুৱাখনাতো আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন কৰা হয়। ঢকুৱাখনা সমজিলাৰ হাৰ্হি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত সজাগতা সভাখনত সমল ব্যক্তি হিচাপে…

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন, আলোচনী ‘ঊষিকা’ উন্মোচন

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে কালি মহাবিদ্যালয়ৰ পৰিয়ালে উদযাপন কৰে। ১৯৯২ চনত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনৰ ৩৪তম বৰ্ষপূৰ্ত্তিত পতাকা উত্তোলন কৰি অধ্যক্ষ ড০ উৎপল সুতে মহাবিদ্যালয় পৰিয়ালৰ…

গুৱাহাটী প্ৰেছ ক্লাবৰ ১০ অক্টোবৰত সাধাৰণ নিৰ্বাচন, ৯ ছেপ্টেম্বৰত নিৰ্বাচনৰ অধিসূচনা জাৰি

২০২৫-২৭ বৰ্ষৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন ১০ অক্টোবৰত অনুষ্ঠিত হ'ব। লগতে ১১ অক্টোবৰত ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ'ব। আজি এই কথা গুৱাহাটী গ্রেছ ক্লাবত সংবাদ মেলত ঘোষণা কৰে গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে। গুৱাহাটী…