GST কাউন্সিলৰ সিদ্ধান্ত : কমিব সাধাৰণ গ্রাহকৰ বাবে হোটেলত ৰাতি থকাৰ খৰচ
৫৬তম জি এছ টি পৰিষদৰ বৈঠকত হোটেল উদ্যোগৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এ
এতিয়াৰ পৰা প্ৰতিদিন ৭,৫০০ টকা পৰ্যন্ত ভাৰাৰ হোটেলৰ কোঠাত পূৰ্বৰ ১২% জি এছ টিৰ পৰিৱৰ্তে মাত্ৰ ৫% জি এছ টি লাগিব। সেয়াও ইনপুট টেক্স ক্ৰেডিট (আই টি চি)…