নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : মহিলা উদ্যমিতা আঁচনিৰ ধন

ভাৰতবর্ষৰ প্রথমগৰাকী প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে কৈছিল– "You can tell the condition of a nation by looking at the status of its women." সাম্প্রতিক সময়ত সকলোৱে উপলব্ধি কৰে যে এখন ঘৰ, সমাজ, দেশৰ উন্নতি নির্ভৰ কৰে পুৰুষ–মহিলা উভয়ৰ অংশগ্রহণৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৪ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৮ তাৰিখ বৃহস্পতিবাৰঃ তিথি–শুক্লা দ্বাদশী, নক্ষত্রঃ উত্তৰষাঢ়া, যাত্রাঃ নাই মেষঃ বিশেষ কোনো কামত সফলতা পাব৷ শৰীৰৰ দুর্বল অনুভৱ কৰিব৷ আবেলি পাঁচ বজাৰ পাছত চাই–চিতি যাত্রা কৰিব৷ আপোনাৰ শুভ ৰং…

ঘোঁৰাৰ পিঠিত উঠি বিদ্যালয়লৈ যোৱা যুৱৰাজ ৰাভাক ৰাজু মেচৰ সাহায্য

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰবাকাৰা গাঁৱৰ সৰ্বেশ্বৰ ৰাভা আৰু মিনা ৰাভাৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত যুৱৰাজ ৰাভালৈ সাহায্য প্ৰদান ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা, বিশিষ্ট সমাজকৰ্মী ৰাজু মেচৰ। উল্লেখ্য যে, দক্ষিণ…

ঢকুৱাখনা মহাবিদ্যালয়ত নাৰায়ণী সন্দিকৈ বক্তৃতানুষ্ঠান

আবেগ অবিহনে ইতিহাস সৃষ্টি সম্ভৱ নহয় -উপাচাৰ্য অৰূপ জ্যোতি চৌধুৰী আৱেগ এক মনস্তাত্বিক আৰু শাৰীৰিক অৱস্থা। মন আৰু শৰীৰৰ এক জটিল প্ৰক্ৰিয়া হ'ল আৱেগ। ব্যক্তিগত আৰু সামূহিক দুটা ভাগত আবেগক বিভক্ত কৰিব পাৰি। আৱেগে যেতিয়া সামূহিক স্বীকৃতি পাই…

লাহৰীঘাটত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

লাহৰীঘাট সমজিলাত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ কৰা হয়। এই চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কৌশিক ৰায়। লাহৰীঘাট সমজিলাৰ অন্তৰ্গত তিনিচুকীয়া ৰাজীৱ গান্ধী খেলপথাৰত অনুষ্ঠিত সভাত লাহৰীঘাট সমষ্টিৰ ১৬,৫১৫ গৰাকী…

জৰাজীৰ্ণ টিনপাতৰ তলতেই পাঠদান, নগৰবেৰাত অংগনৱাড়ী কেন্দ্ৰৰ পুতৌজনক অৱস্থা

সমাজ কল্যাণ বিভাগৰ এখন অতিকে পুতৌজনক ছবি উন্মোচিত হৈছে কামৰূপৰ নগৰবেৰাস্থিত ছমৰীয়া শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত এটা অংগনৱাড়ী কেন্দ্ৰত, তৰা দেখা টিনৰ চালিৰ তলতেই চলিছে কণ কণ শিশুহঁতৰ পাঠদান। কেন্দ্ৰৰ ভিতৰত বেৰবোৰত আছে ৰংবিৰঙৰ…

ধুবুৰীত নিষিদ্ধ গো-মাংসসহ এজনক আটক আৰক্ষীৰ

ধুবুৰীৰ বালাজানত নিষিদ্ধ গো-মাংসসহ এজন আটক কৰে আৰক্ষীয়ে। গৌৰীপুৰৰ বালাজান ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বালাজান আৰক্ষীৰ অভিযান চলাই এখন টেম্পোত অভিযান চলাই ৩১টা পেকেটত প্ৰায় ৩০০ কেজি নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে বালাজান…

এদিনীয়া ক্ৰিকেটৰ অলৰাউণ্ডাৰৰ শীৰ্ষত জিম্বাবৱেৰ ছিকন্দৰ ৰাজা

আজি আই চি চিয়ে ৰেংকিং প্ৰকাশ কৰিছে, য’ত এদিনীয়া অলৰাউণ্ডাৰ ৰেংকিঙত এক বৃহৎ পৰিৱৰ্তন হৈছে। আফগানিস্তানৰ খেলুৱৈ আজমতুল্লাহ উমৰজাই প্ৰথম স্থানৰ পৰা নামি দ্বিতীয় স্থানত আহিছে। তেওঁৰ স্থান লৈছে জিম্বাবৱেৰ ছিকন্দৰ ৰাজাই, যিয়ে ৩০২ ৰেটিং পইণ্টৰ…

হিটমেন ৰোহিতৰ অভিলেখ ভংগ মহম্মদ ৱাছিমৰ, আন এক ৰেকৰ্ডৰ সন্ধিক্ষণত UAEৰ অধিনায়ক

শ্বাৰজাহত খেলা টি-২০ ত্ৰিদেশীয় শৃংখলাৰ মেচত যদিও আফগানিস্তানে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ক ৩৮ ৰানত পৰাস্ত কৰিছিল, তথাপি ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমে তেওঁৰ বিস্ফোৰক বেটিঙৰ জৰিয়তে এক বৃহৎ ইতিহাস ৰচনা কৰিছে। ৱাছিমে কেৱল দলটোক এক…

পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ নিৰ্যাতিত সংখ্যালঘুক ভাৰতত থকাৰ অনুমতি

ধৰ্মীয় নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ৰ ভিতৰত ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক পাছপ’ৰ্ট বা অন্য ভ্ৰমণ নথি অবিহনে দেশত থকাৰ অনুমতি দিয়া হ’ব।…