পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ নিৰ্যাতিত সংখ্যালঘুক ভাৰতত থকাৰ অনুমতি
ধৰ্মীয় নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ৰ ভিতৰত ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক পাছপ’ৰ্ট বা অন্য ভ্ৰমণ নথি অবিহনে দেশত থকাৰ অনুমতি দিয়া হ’ব।…