মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পাঁচ বছৰীয়া কষ্টৰ ফল বিজেপিয়ে লাভ কৰিছে : ৰূপক শৰ্মা
বিশেষ বাৰ্তা, নগাঁও, ৪ মে' : অভিলেখসংখ্যক ভোটৰ ব্যৱধানত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা জয়ী হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও-বটদ্ৰৱাবাসী ৰাইজক তেওঁৰ প্ৰতি…