নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পশ্চিমবংগত অগ্ৰগতি বিজেপিৰ, খহিব নেকি তৃণমূলৰ দুৰ্গ?

ভোট গণনা আগবঢ়াৰ লগে লগে পশ্চিমবংগত শাসকীয় তৃণমূলক তীব্ৰ প্ৰত্যাহ্বান দিছে বিজেপিয়ে। ১১.২৪ বজালৈ হোৱা গণনাত বিজেপিয়ে ১৪০খন অগ্ৰগতি লোৱাৰ বিপৰীতে তৃণমূলে ৭৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। এইদৰে থাকিলে হয়তো এইবাৰ পৰাজয়ৰ গ্লানি মূৰ পাতি লব লাগিব…

NDAৰ তীব্ৰ অগ্ৰগতি, ৰণত পৰাৰ দিশে ‘৩ গগৈ’

ভোট গণনা আগবঢ়াৰ লগে লগে অসমত বিজেপি নেতৃত্বাধীন NDA জোঁটে বিশাল অগ্ৰগতি লাভ কৰি ইতিমধ্যে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ ফলত ৰাজ্যখনত একেৰাহে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে NDA। আনহাতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰ…

দিছপুৰ সমষ্টিত অগ্ৰগতি বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ

ডিজিটেল ডেস্ক, ৪ মে’ : অসমৰ ৰাজনৈতিক প্রেক্ষাপটত আজি এটা গুৰুত্বপূর্ণ দিন হিচাপে চিহ্ণিত হৈছে৷ শাসক–বিৰোধী উভয় শিবিৰৰ ব্যাপক তৎপৰতা তথা সকলো ৰাজনৈতিক সমীকৰণ আৰু জল্পনা–কল্পনাৰ ওৰ পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ল সদ্যসমাপ্ত বিধানসভা…

অপেক্ষাৰ অন্ত… কটকটীয়া নিৰাপত্তাৰ মাজেৰে অসমত আৰম্ভ ভোটগণনা

ডিজিটেল ডেস্ক, ৪ মে’ : অসমৰ ৰাজনৈতিক প্রেক্ষাপটত আজি এটা গুৰুত্বপূর্ণ দিন হিচাপে চিহ্ণিত হৈছে৷ কিয়নো এই দিনটোৱেই নির্ধাৰণ কৰিব পৰৱর্তী ৫ বছৰলৈ ৰাজ্যৰ শাসনৰ বাঘজৰী কাৰ হাতলৈ যাব৷ অর্থাৎ শাসক–বিৰোধী উভয় শিবিৰৰ ব্যাপক তৎপৰতা তথা সকলো ৰাজনৈতিক…

সম্পাদকীয় : সোণালী শৈশৱ আৰু শিশু শ্রমিক

সোণালী শৈশৱৰ মধুৰ স্মৃতি সময়ৰ লগে লগে পুৰণি হ’লেও হূদয়ত অমলিন হৈ থাকে৷ শৈশৱক সুৰক্ষিত কৰা মানে দেশৰ ভৱিষ্যতক সুৰক্ষিত কৰা৷ ই ফুলৰ সুৱাসৰ দৰে৷ বৰ মিঠা, কোমল আৰু অবিস্মৰণীয়৷ শিশুৰ হাঁহিত লুকাই থাকে সুন্দৰ সমাজৰ ভেটি৷ খেলা–ধূলা, হাঁহি–ধেমালি,…

৪ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ মে’, ব’হাগ মাহৰ ২০ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণ তৃতীয়া, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ : ঘিউ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷ বৃষ : শুভ…

ৰীল বনাবলৈ গৈ ৬০ ফুট ওখ পানী টেংকিত আবদ্ধ দুই কিশোৰ, উদ্ধাৰ কৰিলে বায়ুসেনাই

ডিজিটেল ডেস্ক, ৩ মে' : উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত পানীৰ টেংকীত ১৬ ঘণ্টা ধৰি আবদ্ধ হৈ থকা দুই কিশোৰক এয়াৰফ'ৰ্চৰ MI-17 হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে। দুয়োকে গোৰখপুৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় বায়ুসেনাই এক্সৰ জৰিয়তে এই…

জীৱনত ১৫ বছৰীয়া ল’ৰা এটাক লৈ কেতিয়াও ইমান ভয় কৰা নাছিলোঁ : কাঈল জেমিছন

ডিজিটেল ডেস্ক, ৩ মে’ : সম্প্রতি বিশ্বৰ নামী–দামী বলাৰসকলৰ বাবে ত্রাসৰ কাৰণ হৈ পৰিছে বৈভৱ সূর্যবংশী৷ চলিত আইপিএলত বৈভৱে ইজনৰ পিছত সিজন তাৰকা বলাৰক নির্দয়ভাৱে প্রহাৰ কৰি চমক সৃষ্টি কৰিছে৷ বর্তমান বৈভৱ সূর্যবংশী সকলো বলাৰৰ বাবে ভয়ৰ কাৰক হৈ…

চাৰি মহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড, ৯জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৩ মে' : দিল্লীৰ বিবেক বিহাৰৰ এটা চাৰি মহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱতি নিশা ৩.৪৮ বজাত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে। ভয়াৱহ অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ১৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী…