নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

লখিমপুৰৰ বালিকা মহাবিদ্যালয়লৈ স্বায়ত্তশাসনৰ স্বীকৃতি

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্র আৰু ৰাজ্যৰ দ্বিতীয় খন স্ত্রী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ে স্বায়ত্তশাসনৰ স্বীকৃতি লাভ কৰিছে। যোৱা ৪ আগষ্টত বিশ্ব বিদ্যালয় অনুদান আয়োগে লখিমপুৰ বালিকা মহাবিদ্যালয়ক আগন্তুক পাচ…

ধ*ৰ্ষ*ণৰ অভিযোগত বিতৰ্কত দুই খ্যাতনামা ক্রিকেটাৰ, বিপদত ভৱিষ্যৎ

ক্ৰিকেট জগতত হৈ-চৈ লাগিছে। ভাৰত আৰু পাকিস্তানৰ দুজন যুৱ ক্ৰিকেটাৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰে এজন ক্ৰিকেটাৰ জেললৈ যাবলগীয়া হৈছিল। যদিও পিছত সেই খেলুৱৈগৰাকীয়ে জামিন লাভ কৰিছে। আনজন ক্ৰিকেটাৰো জেললৈ যাব পাৰে। ইয়াত ভাৰতৰ…

চুৰিৰ অভিযোগত জনতাৰ প্ৰহাৰ, আহত ব্যক্তিৰ GMCH-ত মৃত্যু

গুৱাহাটী মহানগৰীৰ পাণবজাৰত দুজন ব্যক্তিৰ ওপৰত চুৰিৰ অভিযোগ উত্থাপিত হৈছিল আৰু কেইজনমান লোকে তেওঁলোকক প্ৰহাৰ কৰাত এজনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে। পাণবজাৰৰ ফাষ্টফুডৰ পৰা সামগ্ৰী চুৰি কৰাৰ সময়ত হাতে-লোটে ধৰা পৰাৰ পিছত জনতাৰ…

ফেমিনাৰ বিশেষ সংস্কৰণৰ কভাৰত অসমকন্যা মেজৰ দীপান্বিতা : চৌদিশে উছাহ

ফেমিনাৰ কভাৰত মেজৰ দীপান্বিতা : অসমৰ এগৰাকী মহিলা সেনা বিষয়াই ১০জন বিশিষ্ট মহিলা সেনা বীৰাঙ্গনাৰ বিশেষ তালিকাত স্থান লাভ কৰি প্ৰখ্যাত ফেশ্বন আলোচনী ফেমিনাৰ বিশেষ সংস্কৰণত স্থান পাইছে, য’ত জলপাই আৰু সেউজীয়া পোছাক পৰিধান কৰা মহিলাসকলক…

গম্ভীৰ আঘাতত ঋষভ পণ্ট, এছিয়া কাপৰ পৰা বাহিৰ!

ক্ৰিকেট এছিয়া কাপ ২০২৫ আৰম্ভ হ’বলৈ এতিয়া মাত্ৰ এমাহ সময় বাকী আছে। ৯ ছেপ্টেম্বৰৰ পৰা এই টুৰ্ণামেণ্ট ইউএইত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা বেয়া খবৰ আহিছে। উইকেটৰক্ষক বেটছমেন ঋষভ পণ্টে আঘাতৰ বাবে এছিয়া কাপৰ পৰা আউট…

লাডেনতকৈ দুগুণ শিৰৰ মূল্য, আমেৰিকাৰ গ্ৰেপ্তাৰৰ তালিকাৰ শীৰ্ষত মাদুৰো

আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে ঘোষণা কৰিছে যে আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ গ্ৰেপ্তাৰত সহায় কৰিব পৰা তথ্য প্ৰদানকাৰীক ৫ কোটি ডলাৰৰ পুৰস্কাৰ দিব। এই ৰাশি পূৰ্বে আছিল ২.৫ কোটি ডলাৰ, যিটো এতিয়া দুগুণ কৰা হৈছে। বণ্ডীৰ…

অভিনেত্ৰী হুমা কুৰৈশীৰ ভাতৃক ৰাজপথতে হত্যা

দিল্লীৰ নিজামুদ্দিনৰ জংপুৰা ভোগল বজাৰ লেনত কালি গভীৰ নিশা পাৰ্কিং বিবাদৰ কাৰণে বলীউড অভিনেত্ৰী হুমা কুৰৈশীৰ ভাই আছিফ কুৰৈশীক হত্যা কৰা হৈছে। দুজন যুৱকে তীখাৰ অস্ত্ৰৰে আক্ৰমণ কৰি তেওঁৰ হত্যা কৰে। ঘটনাৰ সৈতে জড়িত CCTV ফুটেজো পোহৰলৈ আহিছে।…

PLAৰ সৈতে যুদ্ধৰ অনুশীলনত উল্ফ ৰবট, শত্রুক বিনাশ কৰিবলৈ ৰবটৰ আশ্রয় ৰঙা চীনৰ

সামৰিক সেনাক আধুনিকীকৰণৰ সৈতে সম্পূর্ণ প্রযুক্তিক ব্যৱহাৰ কৰিছে চীনে৷ মানৱ সেনাৰ বিকল্প হিচাপে শত্রুক বিনাশ কৰিবলৈ চীনে প্রযুক্তিৰ ব্যৱহাৰেৰে নির্মাণ কৰি উলিওৱা উল্ফ ৰবট ব্যৱহাৰ কৰিব যুদ্ধক্ষেত্রত৷ যুদ্ধক্ষেত্রত শত্রুৰ সামৰিক অস্ত্র বিনাশ…

সাধুৰ বেশত আহি প্রাক্তন পত্নীক হত্যা.. তীব্ৰ চাঞ্চল্য

দেশৰ ৰাজধানী নতুন দিল্লীত প্রাক্তন পত্নীক এজন যুৱকে সাধুৰ বেশেৰে আহি ঘৰত প্রৱেশ কৰি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দক্ষিণ দিল্লীত প্রাক্তন পত্নীৰ ঘৰত এজন যুৱকে সাধুৰ বেশেৰে প্রৱেশ কৰি বিভিন্ন বিষয়ক লৈ ঘণ্টাৰ পিছত লৈ ঘণ্টা আলোচনাত…

বৰঝাৰ বিমানবন্দৰৰ নৱনির্মিত টার্মিনেল–২লৈ আন্তঃৰাষ্ট্রীয় স্থাপত্য বঁটা

সুখবৰ৷ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নৱনির্মিত ‘টার্মিনেল–২’লৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্রীয় স্থাপত্য বঁটা ২০২৫’৷ বিমানবন্দৰটোৱে পৰিবহণ শিতানত এই সন্মানীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ যিয়ে স্থাপত্যৰ জৰিয়তে…