প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ বাবে মোদী কেবিনেটৰ ১২,০০০ কোটি টকা অনুমোদন
কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (PMUY)ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাবে ১২,০০০ কোটি টকা অনুমোদন জনাইছে, যাৰ দ্বাৰা ১০.৩৩ কোটি পৰিয়াল উপকৃত হ’ব।
পিএমইউৱাই ২০১৬ চনৰ মে’ মাহত আৰম্ভ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল দেশৰ দৰিদ্ৰ…