নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

উত্তৰকাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, ৪জনৰ মৃত্যু, বহু নিৰুদ্দেশ

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত আজি ধৰালী অঞ্চলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ -ৰ ফলত সৃষ্ট বানপানীয়ে ব্যাপক ধ্বংসলীলা চলাইছে। এই বিপৰ্যয়ত কমেও চাৰিজন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৫০ জন লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। খীৰ গঙা নদীৰ উপত্যকাত সংঘটিত এই…

Golden Dome-ৰে ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী বেহু গঢ়িব আমেৰিকাই, ২০২৮ত পৰীক্ষাৰ লক্ষ্য

আমেৰিকাৰ Golden Dome : আমেৰিকাই গঢ়ি তুলিব ক্ষেপণাস্ত্র প্রতিৰোধী বেহু৷ দেশখনৰ প্রতিৰক্ষা বিভাগে সদৰী কৰা মতে, ২০২৮ চনত গ’ল্ডেন ড’ম নামৰ ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থাৰ প্রথমটো পৰীক্ষা সম্পন্ন কৰিব৷ ২০২৮ চনত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ…

৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্রাস, ৰোগীলৈ সকাহ কেন্দ্রৰ

ডায়েবেটিছ, হৃদৰোগ আৰু মানসিক ৰোগকে ধৰি বিভিন্ন ৰোগৰ ৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্রাস কৰিছে কেন্দ্রীয় চৰকাৰে৷ ৰাসায়নিক আৰু সাৰ মন্ত্রালয়ৰ এক অধিসূচনা অনুসৰি এচিক্লফেনাক, পেৰাচিটামল, ট্রিপছিম, ছাইম’ ট্রিপছিম, এম’ক্সিলিন আৰু পটাছিয়াম…

প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক-ৰ শেষ নিশ্বাস ত্যাগ, দেশজুৰি শোক

জম্মু-কাশ্মীৰ, গোৱা, বিহাৰ আৰু মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ৰ আজি দেহাৱসান ঘটে। তেওঁ কেইবাদিন ধৰি হাস্পতালত ভৰ্তি হৈ আছিল আৰু তেওঁৰ চিকিৎসা চলি আছিল। সত্যপাল মালিকে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।…

৪৯ বছৰৰ পিছত বিচাৰ শেষ : ১৫০ টকীয়া ঘড়ী চুৰিত দোষীক ২০০০ টকাৰ জৰিমনা

অভিযুক্তক জৰিমনা : ঝাঁচীত চুৰিৰ এটা গোচৰ ৪৯ বছৰ পিছত পুনৰ চৰ্চাত উঠিছে। এই গোচৰৰ সিদ্ধান্ত ল’বলৈ আদালতৰ ৪৯ বছৰ সময় লাগিছিল। অভিযুক্তই আদালতত নিজেই অপৰাধ স্বীকাৰ কৰি লোৱাৰ পিছতহে এই সিদ্ধান্ত আহিছে। অভিযুক্তই আদালতত কৈছিল, “এই অপৰাধ মই…

নৱবিবাহিতাৰ চৰম পথ : মাৰ্চেণ্ট নেভী বিষয়া স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

মাৰ্চেণ্ট নেভী : লক্ষ্ণৌত এটা চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। সুশান্ত গল্ফ চিটিৰ ওমেক্স ৱাটাৰ এস্কেপ ছ’চাইটিত এগৰাকী মহিলাই আত্মহত্যা কৰিছে। মহিলাগৰাকীৰ পৰিচয় মধু সিং বুলি জানিব পৰা গৈছে, যিয়ে স্বামীৰ সৈতে ১১০৩ নম্বৰৰ ফ্লেটত বাস কৰি আছিল।…

কটনত প্রহসনত পৰিণত হোষ্টেল মেচ ডিউজ উইভাৰ আঁচনি

হোষ্টেল মেচ ডিউজ -ৰ নামত ছাত্র–ছাত্রীক চৰকাৰে প্রতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ হোষ্টেলৰ আৱাসিক চৰকাৰে হোষ্টেল মেছ ডিউজ উইভাৰ আঁচনিৰ নামত প্রতিবছৰে মেছ ডিউজৰ ৫০ শতাংশ ধন দিয়াৰ প্রতিশ্রুতি দিছিল যদিও সেয়া পূৰণ…

গুৱাহাটীৰ লজ-গেষ্ট হাউছত যৌ*ন*তাৰ বেহা, গ্রাহকৰ হোৱাটছএপৰ তথ্য ভাইৰেল

মহানগৰী গুৱাহাটীত একাংশ লজ-গেষ্ট হাউছ এতিয়া যৌনতাৰ মুকলি স্থানলৈ পর্যবসিত হৈছে৷ এইবাৰ জয়ানগৰৰ ‘ব্যাপ্টিষ্ট ইন’ নামৰ এটা গেষ্ট হাউছত যৌনতাৰ মুকলি বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ সামাজিক মাধ্যম হোৱাটছএপৰ মাধ্যমেৰে ভাইৰেল হোৱা কিছু…

যুদ্ধংদেহি মনোভাবেৰে ইংলেণ্ডত শৃংখলা ড্ৰ গিল বাহিনীৰ

শৃংখলা ড্ৰ : ক্রিকেটত অসম্ভৱ বুলি কোনো কথা নাই৷ আছে মাথোঁ ধৈর্য, সাহস, একাগ্রতা আৰু যুঁজাৰু মনোবৃত্তি৷ ইয়াৰেই প্রতিফলন ঘটিল লণ্ডনৰ কেনিংটন অভেলত৷ অদমনীয় যুঁজাৰু মনোবৃত্তিৰেই অভেলত ধুমুহা তুলি ভাৰতীয় দলক আকাংক্ষিত জয়ৰ সোৱাদ দিলে মহম্মদ…

টেষ্ট ক্ৰিকেট-ৰ ইতিহাসত প্রথমবাৰৰ বাবে ৯ বেটাৰৰ চাৰি শতাধিক ৰান

টেষ্ট ক্ৰিকেট-ৰ ইতিহাস : ১৪১ বছৰীয়া টেষ্ট ক্রিকেটৰ ইতিহাসত প্রথমবাৰৰ বাবে এটা শৃংখলাত ৪০০ বা তাতকৈ অধিক ৰান সংগ্রহ কৰিলে ৯জন বেটাৰে৷ এই অভিলেখটো ৰচিত হয় সামৰণি পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টেষ্ট শৃংখলাটোত৷ শৃংখলাটোত ৫জন ভাৰতীয় আৰু…