সম্পাদকীয় : সংখ্যালঘু হ’ব অসমীয়া
২০৪১ত অসমত সংখ্যালঘুত পৰিণত হ’ব অসমীয়া ৷ ২০১১ৰ লোকপিয়লৰ ভিত্তিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২৬ জুলাইত এই ভয়ংকৰ তথ্য ব্যক্ত কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই অসমীয়া তথা খিলঞ্জীয়া লোকসকল কিদৰে দুর্যোগৰ সন্মুখীন হৈছে তাৰ ব্যাখ্যা আগবঢ়াই…