নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পৱিত্ৰ ভাদ মাহ… ভকত বৈষ্ণৱক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰ নামঘৰ

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নামঘৰ ৰ পালনাম পূৰ্ৱৰ দৰে এইবাৰো মাহজোৰা চাৰি প্ৰসংগীয়া পাল নামলৈ ভকত বৈষ্ণৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বৰ নামঘৰ পৰিচালনা সমিতিয়ে। মহাপুৰুষ জনাই ১৪৫০ শকত যোৰহাট জিলাৰ…

বিশেষ লেখা : যুদ্ধৰ ৰাজনীতি

পংকজ শর্মা সংসদত পাকিস্তানৰ লগত যদি যুদ্ধ কৰাৰ সুযোগ আছিল কিয় নকৰিলে বুলি বিৰোধীয়ে চৰকাৰক থকা–সৰকা কৰা দেখিলোঁ৷ ঠিক আছে ধৰি ল’লোঁ পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ যুদ্ধ নকৰি চৰকাৰে ভুল কৰিলে৷ এবাৰ চাওঁ আহক কাহানিও শেষেই নহ’ব নেকি যেন লাগি অহা…

সম্পাদকীয় : ৰাষ্ট্রীয় চলচ্চিত্র পুৰস্কাৰত অসমৰ উপস্থিতি

অলপতে ঘোষিত ২০২৩ বর্ষৰ ৰাষ্ট্রীয় চলচ্চিত্র পুৰস্কাৰত অসম বিশেষভাৱে উল্লেখযোগ্য সফলতাৰ অধিকাৰী হৈছে৷ একেটা বছৰতে আহিছে চাৰিটাকৈ গৌৰৱজনক স্বীকৃতি৷ এজন চলচ্চিত্র সমালোচকে লাভ কৰিছে স্বর্ণ কমল, এজন নতুন পৰিচালকে তেওঁৰ প্রথম অ–কাহিনী ছবিৰ বাবে…

দেশৰ সবাতোকৈ দীর্ঘ সময় গৃহমন্ত্রীৰ দায়িত্বত অমিত শ্বাহ

দেশৰ গৃহমন্ত্রী হিচাপে অভিলেখ গঢ়িলে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ -এ৷ গৃহমন্ত্রী হিচাপে ২,২৫৮ দিন অতিক্রম কৰাৰ লগে লগে দেশৰ সবাতোকৈ দীর্ঘসময় গৃহ পৰিক্রমা মন্ত্রালয়ৰ মন্ত্রীৰ দায়িত্বত কার্যনির্বাহ কৰাৰ অভিলেখ গঢ়িলে অমিত শ্বাহে৷ প্রাক্তন…

ছামিউলৰ দুৰ্ঘটনাৰ নিশা সুৰাসক্ত আছিল নন্দিনী!

নিশাৰ ভাগত তীব্র বেগত গাড়ী চলাই দক্ষিণগাঁৱত এগৰাকী যুৱকক হত্যা কৰা অভিনেত্রী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ ভাষ্য গ্রহণ কৰে দিছপুৰ আৰক্ষীয়ে৷ উল্লেখ্য যে যোৱা ২৫ জুলাইৰ পুৱতিনিশা দক্ষিণগাঁৱৰ ৰাজপথত অভিনেত্রী…

ভাৰত–ইংলেণ্ড-ৰ টেষ্ট শৃংখলাক এছেজৰে তুলনা ষ্ট’কছৰ

ভাৰত–ইংলেণ্ড-ৰ টেষ্ট শৃংখলা : এণ্ডাৰছন–তেণ্ডুলকাৰ ট্রফী ৫খনীয়া টেষ্ট মেচৰ শৃংখলাটোক এছেজৰে তুলনা কৰিলে ইংলেণ্ড দলটোৰ অধিনায়ক বেন ষ্ট’কছে৷ দুয়ো দেশৰ মাজৰ ৰোমাঞ্চকৰ টেষ্ট শৃংখলাটো ২–২ অমীমাংসিত হয়৷ দ্য অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ  ৰাশিফল আজি ৬ আগষ্ট, শাওণ মাহৰ ২০ তাৰিখ বুধবাৰঃ তিথি–দ্বাদশী, নক্ষত্রঃ মূলা, যাত্রাঃ নাই মেষঃ আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ শত্রুৰ পৰা সাৱধানে থাকক৷ সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব৷ যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা…

নন্দিনী কাশ্যপ-ৰ হিট এণ্ড ৰান গোচৰৰ তদন্ত, মুখ্য সাক্ষীৰ সাক্ষ্যগ্ৰহণ দিছপুৰ আৰক্ষীৰ

অভিনেত্ৰী নন্দিনী কাশ্যপ ৰ হাই-প্ৰ’ফাইল হিট-এণ্ড-ৰান গোচৰৰ তদন্ত এতিয়া চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে। দিছপুৰ আৰক্ষীয়ে ২১ বছৰীয়া ছামিউল হকৰ মৃত্যুৰ কাৰণ হোৱা দুৰ্ঘটনাজনিত ৰাতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্যৰ অধিকাৰী বুলি ধাৰণা কৰা একাধিক মূল…

ভয়াৱহ মৌচুমী অসমসহ উত্তৰ-পূবত তীব্ৰ বৰষুণৰ সতৰ্কবাণী IMD-ৰ

সতৰ্কবাণী IMD-ৰ : ভাৰতত মৌচুমী বৰষুণ অব্যাহত আছে। শেহতীয়া ২৪ ঘণ্টাত বিহাৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, ওড়িশা, পশ্চিম বংগ আৰু হিমাচল প্ৰদেশকে ধৰি ১৫খনতকৈ অধিক ৰাজ্যত তীব্ৰ বৰষুণৰ প্ৰভাৱ পৰিছে। দেশৰ বিভিন্ন অঞ্চল, বিশেষকৈ মধ্য প্ৰদেশ,…

এয়াও অসমৰে শিক্ষানুষ্ঠান : শ্ৰেণী ৫টা, শিক্ষক ২গৰাকী, ৰান্ধনি ২জন, শিক্ষাৰ্থীহে মাত্ৰ ৭গৰাকী

অসমৰ শিক্ষানুষ্ঠান : শিক্ষা বিভাগত নজিৰবিহীন কাণ্ড। পাঁচটাকৈ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ ৭, শিক্ষক ২, মধ্যাহ্ন ভোজনৰ ৰান্ধনীও ২গৰাকী। গোৱালপাৰাৰ মাটিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গাৰোমাৰী হীৰাপাৰা প্ৰাঃ বিদ্যালয়ত পোহৰলৈ আহিছে এই…