সম্পাদকীয় : স্থানীয় নেতাৰ সন্মান
সম্পাদকীয় : স্থানীয় নেতাৰ সন্মান
নেতা শব্দটোৰ অর্থ এতিয়াৰ ভাৰতত সীমিত হৈ কেৱল ৰাজনৈতিক ক্ষেত্রৰ লোক, বিশেষকৈ প্রভাৱী লোকৰ ক্ষেত্রতহে ব্যৱহাৰ হয়৷ কিন্তু এই নেতা সমাজৰ সকলো ক্ষেত্রতে থাকে, তেওঁলোকৰ কাম আৰু আদর্শই সমাজখনক বিকাশৰ পথত আগবঢ়াই…