টীম ইণ্ডিয়া-ত মোক্ষম আঘাত… পঞ্চম টেষ্টৰ পৰা বাহিৰ বুমৰাহ!
টীম ইণ্ডিয়া -ৰ বাবে এক বৃহৎ আঘাত। যশপ্ৰীত বুমৰাহ কাইলৈৰ পৰা আৰম্ভ হব লগা দ্য অভেলত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্টত খেলিব নোৱাৰিব।
ইএছপিএনক্ৰিকইনফ’ৰ এক প্ৰতিবেদন অনুসৰি, বিচিচিআইৰ চিকিৎসক দলটোৱে বুমৰাহৰ পিঠিৰ সুৰক্ষাৰ কথা…