নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অবৈধ নাগৰিকৰ সৈতে বাংলাদেশৰ পৰা আহিছে মৌলবাদীও

🔹 মৌলবাদীক উৎখাত কৰিবলৈ বিশেষ অভিযানৰ আহ্বান আছুৰ বিশেষ বাৰ্তা, ২৫ মে’ : বছৰ বছৰ ধৰি অবৈধ বাংলাদেশী নাগৰিকে ভাৰতবর্ষত বিভিন্ন সমস্যা সৃষ্টি কৰি থকাৰ সময়তে কালি কেন্দ্রীয় চৰকাৰৰ বিদেশ মন্ত্রালয়ে সংবাদ মেলত ভাৰতত মাত্র ২,৩৬৯জন বাংলাদেশী…

গুৱাহাটী বিশ্ববিদ্যালয় -ত সহকাৰী পঞ্জীয়কসহ ৭টা পদত চাকৰি

🔹 গুৱাহাটী বিশ্ববিদ্যালয় -ত সহকাৰী পঞ্জীয়কসহ ৭টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ মে’ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যক্ষসহ কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

Britain’s Got Talent -ৰ ফাইনেলত অসমৰ বিনিতা চেত্ৰী

🔹 Britain’s Got Talent -ৰ ফাইনেলত অসমৰ বিনিতা চেত্ৰী 🔹 উত্তৰ-পূবৰ প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে ইতিহাস সৃষ্টি ৯ বছৰীয়া বিনীতাৰ বিশেষ বাৰ্তা, ২৫ মে' : অসমৰ ৯ বছৰীয়া বিনীতা চেত্ৰীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ পৰা Britain’s Got…

ভাৰতত ক’ভিডৰ সংক্রমণ বৃদ্ধি

🔹 ভাৰতত ক’ভিডৰ সংক্রমণ বৃদ্ধি 🔹 চিকিৎসালয়ক বিছনা-অক্সিজেন সাজু ৰাখিবলৈ নির্দেশ নিউজ ডেস্ক, ২৫ মে’ : দেশত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড–১৯ৰ নতুন উপ–প্রকৰণক লৈ শংকাৰ কাৰণ নাই বুলি উল্লেখ কৰিলেও চীন আৰু এছিয়াৰ…

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান -ত ১৯০টা পদত চাকৰি

🔹 অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান -ত ১৯০টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুন আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মৰিগাঁৱত ৯জন পলাতক বাংলাদেশী নাগৰিক -ক গ্রেপ্তাৰ

🔹 বাংলাদেশী নাগৰিক -ৰূপে বিদেশী ন্যায়াধিকৰণত ঘোষিত  বিশেষ বাৰ্তা, ২৫ মে’ : মৰিগাঁও আৰক্ষীয়ে কালি জিলাখনত বাংলাদেশী নাগৰিক -ৰ বিৰুদ্ধে চলোৱা এক অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা ৯জন বাংলাদেশী নাগৰিকক গ্রেপ্তাৰ কৰে৷ মৰিগাঁৱৰ বিদেশী…

তনু শ্বাহী -এ চান্দা সংস্কৃতিৰে জড়িতৰ মুখা খুলি দিছে

🔹 তনু শ্বাহী -এ চান্দা সংস্কৃতিৰে জড়িতৰ মুখা খুলি দিছে 🔹 দুলীয়াজান কাণ্ডক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ বিশেষ বাৰ্তা, ২৫ মে’ : ‘তনু শ্বাহীৰ কথা মই একেবাৰে সমর্থন কৰা নাই৷ কিন্তু ছোৱালীজনীয়ে যি কথা কৈছে, সেইটোৱে চান্দা দুষ্কৃতিৰ লগত জড়িত…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৫ মে’, জেঠ মাহৰ ১০ তাৰিখ দেওবাৰ : তিথি– কৃষ্ণা ত্রয়োদশী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ মেষ : নিজে যোগ্য ব্যক্তিৰূপে পৰিগণিত হ’ব৷ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব৷ শিল্পকলা, ভাস্কর্য আদিত দক্ষতা বৃদ্ধি৷ শুভ ৰং কমলা৷ শুভ…

Cannes Film Festival-ৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজপাৰেৰে উজলিল সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

Cannes Film Festival-ৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজপাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে ' : বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ 'Cannes Film Festival'ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি…

ছমৰীয়াত ইউনিফৰ্মৰ ৰাহি ধনেৰে ভোজ আয়োজনৰ অভিযোগ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ মে' : এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনত আয়োজন কৰা হৈছে বৰভোজৰ ! বিদ্যালয় চৌহদত বিয়পিছে মাংস আঞ্জাৰ গোন্ধ | পিছে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ টকাৰেহে পাতিছে হেনো এই বৰভোজ। কামৰূপৰ ছমৰীয়া শিক্ষাখণ্ডৰ চাকলা প্ৰাথমিক…