নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

Cannes Film Festival-ৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজপাৰেৰে উজলিল সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

Cannes Film Festival-ৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজপাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে ' : বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ 'Cannes Film Festival'ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি…

ছমৰীয়াত ইউনিফৰ্মৰ ৰাহি ধনেৰে ভোজ আয়োজনৰ অভিযোগ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ মে' : এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনত আয়োজন কৰা হৈছে বৰভোজৰ ! বিদ্যালয় চৌহদত বিয়পিছে মাংস আঞ্জাৰ গোন্ধ | পিছে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ টকাৰেহে পাতিছে হেনো এই বৰভোজ। কামৰূপৰ ছমৰীয়া শিক্ষাখণ্ডৰ চাকলা প্ৰাথমিক…

নিজৰ উপগ্রহৰ ব্যৱস্থা পাকিস্তানক ব্যৱহাৰ কৰিবলৈ দিব চীনে

🔹 দুই প্রতিবেশী দেশৰ শীর্ষ সেনা বিষয়াৰ বৈঠক নিউজ ডেস্ক, ২৪ মে’ : কৌশলগত বুজাবুজি অধিক বৃদ্ধি কৰিছে চীন আৰু পাকিস্তানে৷ যোৱা ১৬ মে’ত দুয়োখন দেশৰ শীর্ষ বিষয়াসকলৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয় যে চীনৰ…

শ্ৰীভূমি কাৰাগাৰত বিশেষভাৱে সক্ষম মহিলাক দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ ২ কনিষ্টবল 

নিয়মীয়া বাৰ্তা, ২৪ মে' : ৰক্ষকৰ ভূমিকাত ভক্ষক! এগৰাকী বিশেষভাৱে সক্ষম মহিলাক দলবদ্ধ ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ দুজন কনিষ্ঠ আৰক্ষী বিষয়া। শ্ৰীভূমি জিলা কাৰাগাৰৰ দুই ৱাৰ্ডেনৰ জঘন্য অপৰাধ। তেওঁলোকৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম এগৰাকী মহিলাক দলবদ্ধ…

ছবিগৃহত সগৌৰৱে চলিছে ভাইমন দা, দৰ্শকৰ আশাপ্ৰদ সঁহাৰি

ভাইমন দা- এক পৰিক্ৰমা ভাইমন দা- নামটো প্ৰায় সকলো অসমীয়া ৰাইজৰে চিনাকি। আন কোনো নহয়, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক,কাহিনীকাৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক এই ছবিখনৰ কাহিনী,চিত্ৰনাট্য শশাংক সমীৰৰ। ভাইমন দাৰ পৰিচালনাও কৰিছে শশাংক সমীৰেই। উল্লেখ্য যে…

সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগম -ত ১০টা পদত চাকৰি

🔹 সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগম -ত ১০টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১ জুন ৰাষ্ট্রীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা…

Bhool Chuk Maaf-ৰ মুক্তিৰ দিনাই ৬ কোটি টকা উপাৰ্জন

Bhool Chuk Maaf-ৰ মুকলিৰ দিনা ৬ কোটি টকা উপাৰ্জন ৰাজকুমাৰ ৰাওৰ ‘ভিকি বিদ্যা কা ৱহ ৱালা ভিডিঅ’তকৈও ভাল ফলাফল দেখুৱালে ছবিখন। কৰণ শৰ্মাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰাজকুমাৰ ৰাও আৰু ৱামিকা গাব্বীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰাজকুমাৰ ৰাও…

সম্প্রীতিৰ নজিৰ : একেটা ভৱনত হিন্দু–মুছলিমৰ দুখন বিবাহ সম্পন্ন

🔹 সম্প্রীতিৰ নজিৰ : একেটা ভৱনত হিন্দু–মুছলিমৰ দুখন বিবাহ সম্পন্ন 🔹 পুনেত মুষলধাৰ বৰষুণে ধুই নিলে ধর্মীয় ভেদাভেদ নিউজ ডেস্ক, ২৪ মে’ : বিবাহ অনুষ্ঠানৰ মাজতে মুষলধাৰ বৃষ্টিপাত৷ এই হঠাতে অহা বৰষুণত উটি গ’ল ধর্মীয় ভেদাভেদ৷ হিন্দু–মুছলিমৰ চাৰি…

পাকিস্তানৰ বাবে গুপ্তচৰ বৃত্তি ! যুৱকক গ্রেপ্তাৰ

🔹 পাকিস্তানৰ বাবে গুপ্তচৰ বৃত্তি ! যুৱকক গ্রেপ্তাৰ 🔹 পাক সেনা বিষয়াৰ পত্নীৰে যোগাযোগ নিউজ ডেস্ক, ২৪ মে’ : পাকিস্তানৰ বাবে গুপ্তচৰ বৃত্তি -ত জড়িত থকাৰ অভিযোগত পুনৰ এজন সন্দেহজনক লোকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ উত্তৰ প্রদেশৰ বাৰাণসীৰ পৰা…

নীপকো (NEEPCO) -ত ১০টা পদত চাকৰি

🔹 নীপকো (NEEPCO) -ত ১০টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ৪ জুন নর্থ ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (NEEPCO)ত খালী হোৱা কেইটামান ট্রেইনী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-…