নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অৱসৰৰ পূৰ্বে ব’র্ডক কি প্ৰস্তাৱ দিছিল ৰোহিত শর্মা-ই

🔹 অৱসৰৰ পূৰ্বে ব’র্ডক কি প্ৰস্তাৱ দিছিল ৰোহিত শর্মা-ই 🔹 হিটমেনৰ প্রস্তাৱ পোনছাটেই প্রত্যাখ্যান নিউজ ডেস্ক, ২২ মে’ : টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ টেষ্ট অৱসৰ সন্দর্ভত এতিয়াও আলোচনা অব্যাহত আছে ৷ কিয় আকস্মিকভাৱে…

ন ন পৰিচয়েৰে বিয়াত বহি ২৫ যুৱকক প্রতাৰণা

🔹 আৰক্ষীৰ জালত কুখ্যাত অপৰাধী চক্রৰ মাষ্টাৰমাইণ্ড যুৱতী নিউজ ডেস্ক, ২২ মে’ : তেওঁ অকলশৰীয়া... দৰিদ্র, অসহায় ! সংসাৰত তেওঁৰ এজন ভাতৃ আছে ঠিকেই, কিন্তু জীৱিকা শূন্য ! ৩২ বছৰীয়া সুন্দৰী যুৱতীয়ে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰে, কিন্তু…

অবৈধ লেনদেনেৰে ১৪২ কোটিৰ লাভ হৈছিল গান্ধী পৰিয়াল -ৰ

🔹 নেচনেল হেৰাল্ড গোচৰ সন্দর্ভত ইডি 🔹 অবৈধ লেনদেনেৰে ১৪২ কোটিৰ লাভ হৈছিল গান্ধী পৰিয়াল -ৰ নিউজ ডেস্ক, ২২ মে’ : বহুচর্চিত নেচনেল হেৰাল্ড অবৈধ ধনৰ লেনদেন গোচৰত কংগ্রেছ নেত্রী ছোনিয়া গান্ধী আৰু সাংসদ পুত্র ৰাহুল গান্ধীসহ কেইবাজনো কংগ্রেছ…

Golden Dome : আমেৰিকাৰ আকাশত এইবাৰ ‘সোণালী কৱচ’

🔹 Golden Dome : আমেৰিকাৰ আকাশত এইবাৰ ‘সোণালী কৱচ’ নিউজ ডেস্ক, ২২ মে’ : চাৰি বছৰৰ ভিতৰতে আমেৰিকাৰ আকাশ প্রতিৰক্ষা ব্যৱস্থা (এয়াৰ ডিফেঞ্চ ছিষ্টেম)ত দেখিবলৈ পোৱা যাব ‘সোণালী কৱচ’ (গ’ল্ডেন ডোম) ৷ আমেৰিকাক ক্ষেপণাস্ত্র আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ…

কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত ৪০৩টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৬ জুন কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF)ত ক্রীড়া শিতানৰ বাবে সংৰক্ষিত ৪০৩টা কনিষ্টবলৰ পদ পূৰণ কৰা হ’ব৷

ভাৰতক আক্রমণ -ৰ পূর্বে ১৪বাৰ জন্ম ল’ব লাগিব বাংলাদেশে : ড০ শর্মা

🔹 ভাৰতক আক্রমণ -ৰ পূর্বে ১৪বাৰ জন্ম ল’ব লাগিব বাংলাদেশে : ড০ শর্মা বিশেষ বাৰ্তা, ২২ মে’ : বাংলাদেশে আমাৰ এটা চিকেন নেকত আক্রমণ কৰিলে আমি বাংলাদেশৰ দুটা চিকেন নেকত আক্রমণ কৰিম৷ এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেৰগাঁৱত সংবাদ…

‘হাৰ্ট লেম্প’ গ্ৰন্থৰ বাবে বানু মুস্তাক -লৈ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

নিউজ ডেস্ক, ২২ মে’ : ভাৰতৰ কানাড়া লেখিকা বানু মুস্তাক -এ লাভ কৰিলে বিশ্ব সাহিত্যৰ অন্যতম শ্রেষ্ঠ সন্মান আন্তর্জাতিক বুকাৰ বঁটা–২০২৫ ৷ কানাড়া ভাষাত ৰচিত ১২টা চুটিগল্পৰ সংকলন দীপা ভাস্থিয়ে অনুবাদ কৰা ‘হার্ট লেম্প’ৰ বাবে ২০২৫ বর্ষৰ আন্তর্জাতিক…

আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত মুম্বাই

নিউজ ডেস্ক, ২২ মে’ : আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত নিজৰ স্থান সুনিশ্চিত কৰিলে মুম্বাই ইণ্ডিয়ানছে। গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ পাছত চতুর্থটো দল হিচাপে চলিত আইপিএলৰ প্লে-অফত স্থান নিশ্চিত কৰিলে পাঁচবাৰৰ…

গাজা -ত নিৰীহৰ নৰক যাত্রা

যুদ্ধত থানবান হৈ পৰা গাজা এতিয়া মানৱতাৰো বধ্যভূমি৷ ইজৰাইলে পেলেষ্টাইনী সশস্ত্র স্বাধীনতাপন্থী সংগঠন হামাছক নিঃশেষ কৰাৰ বাবে গাজাত চলাই থকা যুদ্ধই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে প্রায় ৫৫ হাজাৰ নিৰীহ পেলেষ্টাইনীৰ প্রাণ কাঢ়িছে এই নৃশংস…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি   ২২ মে’, জেঠ মাহৰ  ৭ তাৰিখ বৃহস্পতিবাৰ : তিথি– কৃষ্ণা নৱমী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : মধ্যম মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান৷…