নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত মুম্বাই

নিউজ ডেস্ক, ২২ মে’ : আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত নিজৰ স্থান সুনিশ্চিত কৰিলে মুম্বাই ইণ্ডিয়ানছে। গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ পাছত চতুর্থটো দল হিচাপে চলিত আইপিএলৰ প্লে-অফত স্থান নিশ্চিত কৰিলে পাঁচবাৰৰ…

গাজা -ত নিৰীহৰ নৰক যাত্রা

যুদ্ধত থানবান হৈ পৰা গাজা এতিয়া মানৱতাৰো বধ্যভূমি৷ ইজৰাইলে পেলেষ্টাইনী সশস্ত্র স্বাধীনতাপন্থী সংগঠন হামাছক নিঃশেষ কৰাৰ বাবে গাজাত চলাই থকা যুদ্ধই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে প্রায় ৫৫ হাজাৰ নিৰীহ পেলেষ্টাইনীৰ প্রাণ কাঢ়িছে এই নৃশংস…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি   ২২ মে’, জেঠ মাহৰ  ৭ তাৰিখ বৃহস্পতিবাৰ : তিথি– কৃষ্ণা নৱমী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : মধ্যম মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান৷…

প্লে-অফৰ অন্তিম স্থানৰ বাবে যুঁজত নামিব মুম্বাই–দিল্লী

🔹 স্থান নিশ্চিত বেংগালুৰু–গুজৰাট–পঞ্জাবৰ মুম্বাই, ২০ মে’ : আইপিএলৰ অষ্টাদশ সংস্কৰণৰ লীগ পর্যায়ৰ মেচ অন্ত পৰাৰ দিশে৷ এতিয়ালৈকে গুজৰাট টাহটানছ, ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু পঞ্জাব কিংছে প্লে-অফত স্থান নিশ্চিত কৰিছে৷ আনহাতে, বাকী আছে…

War 2 Teaser মুকলি : ইণ্টাৰনেট জগতত খলকনি ঋতিক-জুনিয়ৰ এনটিআৰৰ

🔹 War 2 Teaser মুকলি : ইণ্টাৰনেট জগতত খলকনি ঋতিক-জুনিয়ৰ এনটিআৰৰ নিউজ ডেস্ক, ২০ মে' : অৱশেষত অপেক্ষাৰ অন্ত। অনুৰাগীসকলৰ বাবে আজি War 2 Teaser মুকলি কৰি দিয়া হয়। এক আকৰ্ষণীয় অনুষ্ঠান, লগতে জুনিয়ৰ এনটিআৰৰ জন্মদিনত War 2 Teaser মুকলি কৰি…

জানক আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান?

জানক আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান? আজি (২০ মে') গুৱাহাটীত সোণৰ হাৰ ২৪ কেৰেটৰ ১০ গ্ৰাম সোণঃ ৯৫,০২০ টকা (কালি ১৯ মে’ৰ পৰা ৪৯০ টকা হ্ৰাস) ২৪ কেৰেটৰ ১ গ্ৰাম সোণ: ৯,৫০২ টকা (কালি ১৯ মে’ৰ পৰা ৪৯ টকা হ্ৰাস) ২২ কেৰেটৰ ১০ গ্ৰাম সোণঃ…

গৌৰৱৰ ‘পাকিস্তান সমৰ্থক’ টুইটক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি

গৌৰৱৰ ‘পাকিস্তান সমৰ্থক’ টুইটক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি নিউজ ডেস্ক, ২০ মে' : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ২০২২ চনত অসম কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ টুইটৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ আনুগত্য পাকিস্তানৰ সীমান্তৰ সিপাৰে নিহিত হৈ আছে।…

সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১ জুন ৰাষ্ট্রীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মুম্বাইত এজন নাবালককে ধৰি দুজন Covid ৰোগীৰ মৃত্যু

মুম্বাইত এজন নাবালককে ধৰি দুজন Covid ৰোগীৰ মৃত্যু নিউজ ডেস্ক, ২০ মে' : মুম্বাইৰ কিং এডৱাৰ্ড মেম’ৰিয়েল (কে ই এম) হাস্পতালত ১৪ বছৰীয়া শিশুসহ দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে দুয়োটা মৃত্যুৰ মূল কাৰণ হৈছে…