আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফল, আজি ১৯ মে’, জেঠ মাহৰ ৪ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা ষষ্ঠী, নক্ষত্র : শ্রৱণা, যাত্রা : শুভ
মেষ : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক…