নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তান-সন্ত্ৰাসবাদ-ক এসেকা দিয়াৰ লক্ষ্যৰে গঠন সৰ্বদলীয় প্ৰতিনিধি দল

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তান-সন্ত্ৰাসবাদ-ক এসেকা দিয়াৰ লক্ষ্যৰে গঠন সৰ্বদলীয় প্ৰতিনিধি দল নিউজ ডেস্ক, ১৭ মে' : ভাৰতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আৰু পাকিস্তান আৰু সন্ত্ৰাসবাদক উপযুক্ত উত্তৰ দিবলৈ আৰম্ভ কৰা অপাৰেচন…

জলসম্পদ বিভাগ-ত ২১২টা পদত চাকৰি

অসম লোকসেৱা আয়োগ-এ জলসম্পদ বিভাগ-ত খালী থকা ২ শতাধিক অভিযন্তা পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-

প্রধানমন্ত্রীৰ ওচৰ চাপিল কর্নেল ছোফিয়া কুৰেশ্বীৰ পৰিয়াল

🔹 মধ্যপ্রদেশৰ বিজেপি মন্ত্রী বিজয় শ্বাহক শীঘ্রে অপসাৰণৰ দাবী নিউজ ডেস্ক, ১৭ মে’ : শীঘ্রে বিজেপি মন্ত্রীৰ অপসাৰণ বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰস্থ হৈছে কর্নেল ছোফিয়া কুৰেশ্বীৰ পৰিয়াল৷ ‘অপাৰেচন সিন্দূৰ’ৰ সৈতে ওতপ্রোতভাৱে জড়িত…

মৃত মাতৃৰ হাতৰ অলংকাৰৰ বাবে চিতাত উঠিল পুত্র

🔹 দুর্বাদল কাজিয়াৰ মাজত সম্পন্ন মাতৃৰ শেষকৃত্য 🔹 ৰাজস্থানৰ জয়পুৰৰ ঘটনাক লৈ চাঞ্চল্য নিউজ ডেস্ক, ১৭ মে’ : শেষ নিশ্বাস ত্যাগ কৰিছে মাতৃয়ে৷ কিন্তু শোক পালন দূৰৰ কথা, পুত্রৰ মন কেৱল মাতৃৰ গহনাত৷ মাতৃৰ হাতৰ ৰূপৰ অলংকাৰ পাবলৈ দুঘণ্টা ধৰি…

বাক্সাত ভূমি বিবাদ : দুইপক্ষৰ হতাহতিত আহত কিশোৰী, চিকিৎসাধীন

বাক্সাত ভূমি বিবাদ : দুইপক্ষৰ হতাহতিত আহত কিশোৰী, চিকিৎসাধীন নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মে' : বাক্সাৰ বৰমাৰ সাউকুছিত ভূমি বিবাদৰ ঘটনা। ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী সপ্তম শ্ৰেণীৰ কিশোৰী গুৰুতৰভাৱে আহত হয়। সাউকুছিৰ মজিদ আলী আৰু মেৰাজুল আলী…

একে সময়তে অন্তঃসত্ত্বা নৱজাতকক শুশ্রূষা কৰা ১৪গৰাকী নার্ছ

🔹 আমেৰিকাৰ হাস্পতালৰ ঘটনাক লৈ ব্যাপক চর্চা নিউজ ডেস্ক, ১৭ মে’ : হাস্পতালত কর্মৰত কোনো নার্ছ অন্তঃসত্ত্বা হোৱাটো স্বাভাৱিক ঘটনা৷ সুস্থ সন্তান জন্ম দি পুনৰ নার্ছসকল কর্তব্যলৈ উভতি অহাটোও স্বাভাৱিক ঘটনা৷ কিন্তু আমেৰিকাৰ হাস্পতালত যি ঘটনা…

ভিক্ষাৰী পাকিস্তানক সহায় কৰি বজাৰত লোকচান চীনা কোম্পানীৰ

ভিক্ষাৰী পাকিস্তানক সহায় কৰি বজাৰত লোকচান চীনা কোম্পানীৰ নিউজ ডেস্ক, ১৭ মে' : যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধ লয়। ‘অপাৰেচন সিন্দূৰ’ৰ অধীনত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান…

যুদ্ধবন্দী বিনিময়ৰ সিদ্ধান্ত ৰাছিয়া-ইউক্রেইন-ৰ

নিউজ ডেস্ক, ১৭ মে’ : যুদ্ধবিৰতিৰ ক্ষীণ আশা দেখিবলৈ পোৱা গৈছে যদিও ৰাছিয়া-ইউক্রেইন-ৰ মাজৰ যুদ্ধৰ অৱসানৰ কোনোধৰণৰ ইংগিত পোৱা নগ’ল প্রথম প্রত্যক্ষ আলোচনাত৷ কালি তুৰস্কৰ ইষ্টানবুলত ৰাছিয়া আৰু ইউক্রেইনৰ প্রতিনিধি প্রত্যক্ষ আলোচনাত মিলিত হয়৷ তিনি…

গিলক টেষ্ট অধিনায়ক হিচাপে বিচাৰে গম্ভীৰে

নিউজ ডেস্ক, ১৭ মে’ : গিলক টেষ্ট অধিনায়ক হিচাপে বিচাৰে গম্ভীৰে। টেষ্ট ক্রিকেটৰ পৰা ৰোহিত শর্মাই অৱসৰ লোৱাৰ পিছত দীর্ঘ সময় ধৰি ভাৰতীয় দলক নেতৃত্ব দিব পৰা ব্যক্তিৰ সন্ধানত নামি পৰিছে টীম ইণ্ডিয়াৰ প্রশিক্ষক গৌতম গম্ভীৰ৷ তাৰকা পেচ বলাৰ যশপ্রীত…

আইছিছ শ্লিপাৰ চেল ৰ দুজনক গ্ৰেপ্তাৰ NIAৰ

আইছিছ শ্লিপাৰ চেল ৰ দুজনক গ্ৰেপ্তাৰ NIAৰ নিউজ ডেস্ক, ১৭ মে' : ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত আইছিছৰ শ্লিপাৰ চেল মডিউলৰ অংশ হিচাপে থকা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে…