পলাশবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত এক, উত্তাল ৰাজপথ
নিয়মীয়া বাৰ্তা, ১৭ মে' : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয় তথা বিজয়নগৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত ৰঙামাটিত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱাক লৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কিয়নো বন্যহস্তীৰ আক্ৰমণত অশোক…