নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৮৫০০০ টকীয়া iPhone হ’বগৈ এতিয়া ২.৫ লাখ টকাৰ!

৮৫০০০ টকীয়া iPhone হবগৈ এতিয়া ২.৫ লাখ টকাৰ! কল্পনা কৰক আজি আপুনি ৮৫ হাজাৰ টকাত যি iPhone পাই আছে, সেই iPhoneৰ মূল্য যদি এদিন ২.৫ লাখ টকা হয়! হয়, এপলে ভাৰতৰ পৰিৱৰ্তে আমেৰিকাত আইফোন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে এনে হ’ব পাৰে। আমেৰিকাত…

বাৰিষাৰ বতৰ : জানক ডেংগুৰ প্ৰাথমিক সাৱধানতা

বাৰিষাৰ বতৰ : জানক ডেংগুৰ প্ৰাথমিক সাৱধানতা ঘৰে ঘৰে গ্ৰীষ্ম আৰু বাৰিষা কালত মহৰ আতংক দেখা যায়। এই সময়ছোৱাত বহুতো বিপজ্জনক ৰোগ বিয়পি পৰাৰ আশংকা থাকে। ইয়াৰে এটা হ’ল ডেংগু। ই এডিছ মহৰ কামোৰৰ দ্বাৰা বিয়পি পৰা এক মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ।…

Gayatri Hazarika : জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা-ৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মে' : কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই...। আজি গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ হাস্পতাল নেমকেয়াৰত তেওঁৰ দেহাৱসান ঘটে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল…

মোদীৰ বিশ্বাস নাই ! প্রতিশোধ ল’ব পাৰে ভাৰতে – ইমৰান খান

নিউজ ডেস্ক, ১৬ মে’ : ভাৰত–পাকিস্তানৰ সংঘাতৰ মাজতে কাৰাগাৰৰ পৰা দেশবাসীক সাৱধানবাণী শুনালে প্রাক্তন পাক প্রধানমন্ত্রী ইমৰান খান-এ ৷ ভাৰতে প্রতিশোধ ল’ব পাৰে বুলি মন্তব্য কৰিলে ইমৰান খানে৷ কোনো কাৰণতেই যাতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ-ৰ চেম্পিয়নে লাভ কৰিব ৩১ কোটি টকা

নিউজ ডেস্ক, ১৬ মে’ : ১১ জুনত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ-ৰ ঐতিহাসিক ফাইনেল৷ ল’ৰ্ডছত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব দক্ষিণ আফ্রিকা আৰু অষ্ট্রেলিয়াই৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চেম্পিয়ন আৰু ৰানার্ছআপ দলে লাভ…

ষ্টেট বেংক অৱ ইণ্ডিয়া-ত ২,৯৬৪টা পদত চাকৰি

ষ্টেট বেংক অৱ ইণ্ডিয়া-ত বৃহৎসংখ্যক পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-

পাকিস্তান নহয়, জয় হৈছে ভাৰতৰহে

নিউজ ডেস্ক, ১৬ মে’ : পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতীয় সেনাৰ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অপাৰেচন সিন্দূৰক লৈ পাকিস্তানে চলাই থকা মিথ্যাচাৰ পুনৰ প্রমাণিত হ’ল আন্তর্জাতিক সংবাদ মাধ্যমত৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পিছত…

কাশ্মীৰত জইছৰ তিনি দুর্ধর্ষ সন্ত্রাসবাদী-ক গুলীয়াই হত্যা

নিউজ ডেস্ক, ১৬ মে’ : জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদী-য়ে নৰসংহাৰ চলোৱাৰ পাছতে কেন্দ্রীয়শাসিত অঞ্চলটোত সন্ত্রাসবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে৷ পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পাছত জম্মু–কাশ্মীৰ আৰক্ষীয়ে চিনাক্ত…

সন্ত্রাসবাদী-য়ে ধর্ম সুধি হত্যা কৰিছে, আমি কর্ম চাই হত্যা কৰিছোঁ

নিউজ ডেস্ক, ১৬ মে’ : পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদী-ৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত কালি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে জম্মু–কাশ্মীৰৰ শ্রীনগৰৰ সমীপৱর্তী বাদামীবাগ কেণ্টনমেণ্টত সেনা জোৱানৰ সৈতে বার্তালাপ কৰে৷…

বিধানসভা-ত ছুনামি হ’ব, নভবা স্থানতো ফুলিব পদুম

বিশেষ বাৰ্তা, ১৬ মে’ : যোৱা লোকসভা নির্বাচনৰ পাছত সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত লাভ কৰা অভূতপূর্ব সাফল্যই আসন্ন বিধানসভা নির্বাচনৰ বাবে শাসক দল বিজেপিক অধিক আত্মবিশ্বাসী কৰি তুলিছে৷ অহা বিধানসভা নির্বাচনত বিজেপিৰ ছুনামি হৈ যাব বুলি মন্তব্য…