ভাৰতীয় সেনা বাহিনীলৈ অতিৰিক্ত ৫০ হাজাৰ কোটি
নিউজ ডেস্ক, ১৭ মে’ : পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা-ৰ অপাৰেচন সিন্দূৰক লৈ বিশ্বজুৰি চর্চা অব্যাহত আছে৷ ভাৰতীয় সেনাই দেশীয়ভাৱে নির্মিত ব্রাহ্মোছ মিছাইলেৰে পাকিস্তানক ত্রাহি মধুসূদন দেখুওৱা বিষয়টোও চর্চিত হৈ আছে৷ এই সময়তেই ভাৰতীয় সেনাক…