নিভৃত আলাপ : যুদ্ধ আৰু শৈশৱ
মানৱ জাতিৰ ইতিহাসৰ সবাতোকৈ কলংকপূর্ণ সময়বোৰ হ’ল যুদ্ধ -ৰ সময়৷ যুগে যুগে দেশ আৰু ৰাজ্যই ক্ষমতাৰ বাবে সংগ্রাম কৰি আহিছে৷ বিশ্বৰ চাৰিওখন বিখ্যাত মহাকাব্যৰে মূল আধাৰ হ’ল মহাযুদ্ধ৷ হত্যা আৰু হিংসাৰ কাহিনীকে বাৰে বাৰে পঢ়ি মানৱ জাতিৰ হেঁপাহ পলোৱা…