নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

WTC-2025-ৰ পুৰস্কাৰ ঘোষণা আইচিচিৰ, ধনৰ বৰষুণ

নিউজ ডেস্ক, ১৫ মে' : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ (WTC-2025)ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে। ইংলেণ্ডৰ লৰ্ডছত ১১-১৫ জুনলৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন। এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC-2025)ৰ…

সম্পাদকীয় : স্বাধীন কুর্দিস্তানৰ স্বপ্ন ভংগ

স্বাধীন কুর্দিস্তানৰ স্বপ্ন ভংগ পৃথিৱীৰ বিভিন্ন প্রান্তলৈ ন ন ৰূপত সংঘাত বিয়পি পৰিছে৷ স্বাধীন কুর্দিস্তানৰ স্বপ্ন ভংগ। যুদ্ধ–সংঘাতৰ বলি হ’বলগীয়া হৈছে নিৰীহ লোক৷ ভয়াৱহ পৰিস্থিতিয়ে দশকৰ পাছত দশক ধৰি বিভিন্ন অঞ্চলত উন্নয়ন আৰু প্রগতি স্তব্ধ…

বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয় – বেলুচ নেতাৰ দাবী

বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয় - বেলুচ নেতাৰ দাবী নিউজ ডেস্ক, ১৪ মে' : ভাৰতৰ কাশ্মীৰ নিজৰ বুলি দাবী কৰা পাকিস্তানে নিজৰ দেশ পৰিচালনা কৰিবলৈ সক্ষম হোৱা নাই। এফালে বেলুচিস্তানৰ দাবীয়ে গতি লাভ কৰিছে, আনফালে সিন্ধৰ জনসাধাৰণেও সুকীয়া…

বাকী থকা আইপিএলৰ মেচত নাথাকিব চিয়েৰলীডার্ছ-DJ

নিউজ ডেস্ক, ১৪ মে' : বাকী থকা আইপিএলৰ মেচত নাথাকিব চিয়েৰলীডার্ছ-DJ। ভাৰত–পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিচত পুনৰ আৰম্ভ হ’ব আইপিএল৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণত ২৬জন লোকৰ মৃত্যুৱে দেশবাসীক ম্রিয়মাণ কৰি তোলাৰ বাবে সুনীল…

বিতর্কিত মন্তব্য : NSAৰ অধীনত গ্রেপ্তাৰ আমিনুল ইছলাম

বিশেষ বার্তা, ১৪ মে’ : বিতর্কিত মন্তব্য : NSAৰ অধীনত গ্রেপ্তাৰ আমিনুল ইছলাম। নগাঁও কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক আজি নগাঁও আৰক্ষীয়ে ৰাষ্ট্রীয় নিৰাপত্তা আইনৰ (এনএছএ) অধীনত পুনৰ…

কেমব্ৰিজ ইণ্টাৰনেচনেলৰ SHEAC-ৰ সদস্য মনোনীত ড০ উপাসনা মহন্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মে' : কেমব্ৰিজ ইণ্টাৰনেচনেলৰ SHEAC ৰ সদস্য মনোনীত ড০ উপাসনা মহন্ত। আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ জিলিকি উঠিছে আন এগৰাকী অসম কন্যা৷ কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্রেটেজিক হায়াৰ এডুকেচন এডভাইছ’ৰী কাউন্সিল Strategic…

গৌৰৱ গগৈৰ পাকিস্তানী কানেকচন-ক লৈ সৰৱ শৃংখল চলিহা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মে' : গৌৰৱ গগৈৰ পাকিস্তানী কানেকচন-ক লৈ সৰৱ শৃংখল চলিহা। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক থকা বিষয়টোক লৈ এইবাৰ সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। গৌৰৱ গগৈৰ পাকিস্তানী কানেকচনক লৈ প্ৰশ্ন…

লেফটেনেণ্ট কৰ্নেল পদবী উন্নীত এথলীট নীৰজ চোপ্ৰা

নিউজ ডেস্ক, ১৪ মে' : লেফটেনেণ্ট কৰ্নেল পদবী উন্নীত এথলীট নীৰজ চোপ্ৰা। অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰা এথলীট নীৰজ চোপ্ৰাক টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ পদ প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে নীৰজ চোপ্ৰাই ভাৰতীয় সেনাবাহিনীত…

কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান

নিয়মীয়া বাৰ্তা, ১৪ মে' : কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কাইলৈৰ (১৫ মে)ৰ পৰা পৰ্যটকৰ বাবে বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে এই ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ। সাধাৰণতে বাৰিষাৰ সময়ত ঘনাই বৰষুণ ,বাট…

গোদাবৰী নদীত প্ৰদূষণ, জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি

নিউজ ডেস্ক, ১৪ মে' : গোদাবৰী নদীত প্ৰদূষণ, জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি। ভাৰতৰ দ্বিতীয় দীঘলীয়া আৰু দক্ষিণৰ সকলো প্ৰধান ৰাজ্যৰ জীৱনৰেখা গোদাবৰী নদী প্ৰদূষণৰ বলি হৈছে। ইয়াৰ প্ৰভাৱ তেলেংগানাত বেছি। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি)…