নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এপিএছচিত জুনিয়ৰ ইঞ্জিনীয়াৰ পদত নিযুক্তি, দৰমহা ৭০,০০০

এপিএছচিত জুনিয়ৰ ইঞ্জিনীয়াৰ পদত নিযুক্তি, দৰমহা ৭০,০০০। চাকৰিৰ বাবে সাজু হোৱা কাৰিকৰী যুৱক-যুৱতীৰ বাবে ডাঙৰ খবৰ। অসম লোকসেৱা আয়োগে জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা (যান্ত্ৰিক) পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নিযুক্তি ১৮/২০২৫ নম্বৰৰ…

অজয় ​​কুমাৰক ইউ পি এছ চি-ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি

নিউজ ডেস্ক, ১৪ মে' : অজয় ​​কুমাৰক ইউ পি এছ চি-ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি। কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ত এতিয়া নতুন নেতৃত্বই স্থান পালে। কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা সচিব অজয় ​​কুমাৰক ইউ পি এছ চিৰ নতুন অধ্যক্ষ…

বিষাক্ত সুৰাপান কৰি পঞ্জাবৰ অমৃতসৰত ১৫জনৰ প্রাণহানি, অসুস্থ দহ

নিউজ ডেস্ক, ১৪ মে' : বিষাক্ত সুৰাপান কৰাৰ ফলত পঞ্জাবত মৃত্যু হৈছে ১৫গৰাকী লোকৰ৷ আশংকাজনক অৱস্থাত হাস্পতালত ভর্তি কৰা হৈছে অন্য ১০জনক৷ গতিকে, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ৰাজ্যখনৰ…

সুকন্যা : আন্তঃৰাষ্ট্রীয় টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা-ৰে সাক্ষাৎকাৰ

সুকন্যা : আন্তঃৰাষ্ট্রীয় টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা-ৰে সাক্ষাৎকাৰ সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ দেশৰ আগশাৰীৰ টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা সন্মানজনক টার্গেট এছিয়ান গেমছ (টাগ) আঁচনিৰ বাবে মনোনীত হৈছে৷ এই আঁচনিত…

উত্তৰ প্ৰদেশত দেশৰ ষষ্ঠটো ছেমিকণ্ডাক্টৰ-ত অনুমোদন মোদী কেবিনেটৰ

নিউজ ডেস্ক, ১৪ মে' : উত্তৰ প্ৰদেশত দেশৰ ষষ্ঠটো ছেমিকণ্ডাক্টৰ-ত অনুমোদন মোদী কেবিনেটৰ। উত্তৰ প্ৰদেশৰ জেৱাৰত ভাৰতৰ ষষ্ঠ অৰ্ধপৰিবাহী ইউনিট (ছেমিকণ্ডাক্টৰ)ত অনুমোদন মোদী চৰকাৰৰ। এয়া হ’ব ভাৰতৰ ষষ্ঠটো অৰ্ধপৰিবাহী ইউনিট (ছেমিকণ্ডাক্টৰ)।…

ৰোহিতৰে একেদিনাই কোহলিয়ে টেষ্টৰ পৰা অৱসৰ ল’ব বিচাৰিছিল

নিউজ ডেস্ক, ১৪ মে' : ৰোহিতৰে একেদিনাই কোহলিয়ে টেষ্টৰ পৰা অৱসৰ ল’ব বিচাৰিছিল। ৰোহিত শর্মাৰ সৈতে একেদিনাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ল’ব বিচাৰিছিল বিৰাট কোহলিয়ে৷ কিন্তু অপাৰেচন সিন্দূৰৰ বাবে বিৰাট কোহলিক টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাত বাধা দিছিল…

সম্পাদকীয় : গ্রাম্য অসমত ডিজিটেল শিক্ষা

সম্পাদকীয় : গ্রাম্য অসমত ডিজিটেল শিক্ষা অসমৰ শিক্ষা জগতত এক নীৰৱ বিপ্লৱ চলি আছে৷ চকব’ৰ্ডৰ ঠাই গ্রহণ কৰিছে উজ্জ্বল ডিজিটেল পর্দাই, আনকি গ্রাম অঞ্চলৰ শ্রেণীকোঠাবোৰতো কম্পিউটাৰৰ শব্দ অনুৰণিত হৈছে৷ এটা সময় আছিল যে অকল নগৰ অঞ্চলৰ…

১০ হাজাৰ ৰান সংগ্রহৰ আশা পূৰণ নহ’ল কোহলি-ৰ

নিউজ ডেস্ক, ১৩ মে’ : ভাৰতৰ অন্যতম শ্রেষ্ঠ বেটাৰ বিৰাট কোহলি -য়ে সোমবাৰে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে৷ ৰোহিত শর্মাৰ অৱসৰৰ ৫ দিনৰ পাছত এই সিদ্ধান্ত ৰাজহুৱা কৰে কোহলিয়ে৷ ইয়াৰ লগে লগে ভাৰতীয় টেষ্টত বিৰাট যুগৰ অন্ত পৰে আৰু টেষ্ট…

বিৰাটক একমুখে উচ্চ প্রশংসা ক্রিকেট বিশ্বৰ

নিউজ ডেস্ক, ১৩ মে’ : ভাৰতীয় টেষ্ট ক্রিকেট-ত বিৰাট কোহলি যুগৰ সামৰণি৷ বহু অভিলেখ, সফলতা আৰু বিফলতাৰে এক মহান যাত্রাৰ অন্ত পৰিল৷ ১৪ বছৰীয়া বর্ণিল টেষ্ট কেৰিয়াৰৰ সামৰণি মৰা কোহলিৰ প্রতি প্রশংসাৰে ভৰি পৰিল ক্রিকেট বিশ্ব৷ শচীন তেণ্ডুলকাৰৰ লগতে…