নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মা

মা- সুবিশাল ভাৰতীয় ভূখণ্ড কেৱল এটুকুৰা মাটি নহয়৷ ১৪০ কোটি ভাৰতীয়ৰ বাবে এই ভূখণ্ড আইমাতৃ৷ ৩২,২৮,২৬৩ বর্গকিলোমিটাৰজোৰা ভাৰত আমাৰ জননী৷ এই জননীয়ে আমাক লালন কৰিছে, পালন কৰিছে৷ এই জননীয়ে আমাক জন্ম দিছে৷ আমাক পৰিচয় দিছে৷ ৫ হাজাৰ বছৰীয়া ভাৰতীয়…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১০ মে’, ব’হাগ মাহৰ ২৬ তাৰিখ শনিবাৰ : তিথি– শুক্লা একাদশী, নক্ষত্র : চিত্রা, যাত্রা : নাই মেষ : এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বিদ্যার্থীসকলৰ বাবে ভাল। প্রেমত শুভ৷ শুভ…

সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ চলচ্চিত্ৰ মহোৎসৱ

🔹 ‘আত্মা’ শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱৰ পোষ্টাৰ-ল’গ’ মুকলি বিশেষ বাৰ্তা, ৯ মে’ : সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্চিত্ৰ…

ইছলামাবাদত বাজিল ছাইৰেন

🔹 পাকত যুদ্ধৰ আশংকা : শ্বেয়াৰ বজাৰত অভাৱনীয় পতন নিউজ ডেস্ক, ৯ মে’ : ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পাকিস্তানজুৰি যুদ্ধসদৃশ পৰিস্থিতি৷ দেশখনৰ ৰাজধানী ইছলামাবাদত ছাইৰেন বজোৱা ভিডিঅ’ বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত৷ ইছলামাবাদৰ জিলা প্রশাসকে এই…

আক্রমণ চলিব পাৰে ! তাজমহলত নিৰাপত্তা বৃদ্ধি

🔹 ভাৰত–পাকিস্তানৰ সংঘাতৰ মাজতে চোৰাংচোৱাৰ তথ্য নিউজ ডেস্ক, ৯ মে’ : ‘অপাৰেচন সিন্দূৰ’ৰ পিছত তাজমহলৰ নিৰাপত্তাক লৈ সৃষ্টি হৈছে আশংকা৷ শেহতীয়াকৈ ঐতিহাসিক এই প্রাসাদটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ তাজমহলৰ সমীপৱর্তী অঞ্চলসমূহত গাড়ী আৰু হোটেলত…

ধৰমশালাত আধাতে দিল্লী-পঞ্জাবৰ আইপিএলৰ মেচ বাতিল

🔹 পাকিস্তানে এলঅ’চিত আক্রমণ কৰাৰ পিছতে বন্ধ ষ্টেডিয়ামৰ লাইট নিউজ ডেস্ক, ৯ মে’ : ধৰমশালাত কালি আধাতে বাতিল হ’ল দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজৰ আইপিএলৰ মেচ৷ বৰষুণৰ বাবে মেচখন পলমকৈ আৰম্ভ হৈছিল যদিও খেলখন চলি থকাৰ মাজতে পাকিস্তানে…

অপাৰেচন সিন্দূৰ : পেহেলগামৰ প্রতিশোধ 

🔹 ৰাণাপ্রতাপ কলিতা লেফটেনেণ্ট জেনেৰেল (অঃ) ২০২৫ চনৰ ৭ মে’ৰ মাজনিশা ১.০৫ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত, যি সময়ত সমগ্র বিশ্ববাসী নিদ্রাত আছিল সেই সময়ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধ্যুষিত জম্মু–কাশ্মীৰৰ ৯টা সন্ত্রাসবাদী শিবিৰত নিখুঁত আক্রমণ…

পাকিস্তান-ৰ ৯ চহৰত ধাৰাবাহিক বিস্ফোৰণ

নিউজ ডেস্ক, ৯ মে’ : পাকিস্তান -ৰ সেনাই ভাৰতৰ সামৰিক ঘাটিলৈ নিক্ষেপ কৰা মিছাইল আক্রমণ সম্পূর্ণৰূপে ব্যর্থ কৰাৰ পাছত প্রত্যাক্রমণ হিচাপে ভাৰতে পাকিস্তানৰ লাহোৰ, ৰাৱালপিণ্ডিসহ কেইবাখনো চহৰত ড্রোনেৰে আক্রমণ কৰে৷ ভাৰতীয় সেনাই পাকিস্তানৰ…

ইছলামাবাদ–লাহোৰ-কৰাচীত বিধ্বংসী আক্রমণ ভাৰত-ৰ

নিউজ ডেস্ক, ৯ মে’ : এখন পূর্ণ পর্যায়ৰ যুদ্ধৰ দিশে ভাৰত –পাকিস্তান৷ পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছত চিৰবৈৰী ৰাষ্ট্রখনে চলোৱা আক্রমণৰ প্রত্যাক্রমণৰূপে অপাৰেচন সিন্দূৰৰ দ্বিতীয় দিনা ভাৰতে ৰাজধানী ইছলামাবাদকে ধৰি…

পাকিস্তানৰ মিথ্যাচাৰ

সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানৰ মিথ্যাচাৰ বাৰম্বাৰ নগ্ন ৰূপত প্রকাশ পাইছে৷ ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক পর্যায়ত সন্ত্রাসবাদী ঘোষিত দুর্ধর্ষ সন্ত্রাসবাদীক আশ্রয়ৰ লগতে বিত্তীয় সাহায্য প্রদান কৰি থকা পাকিস্তানে বিগত…