পিএছএল-ৰ মেচ আয়োজন কৰিবলৈ অস্বীকাৰ ইউএইৰ
নিউজ ডেস্ক, ১০ মে’ : ভাৰতৰ আইপিএলৰ দৰে বর্তমান পাকিস্তানতো চলি আছিল পাকিস্তান ছুপাৰ লীগ ( পিএছএল )৷ কিন্তু ভাৰত–পাক সংঘাতৰ আঁচোৰ পৰিল পিএছএলতো৷ যাৰ বাবে পিএছএলৰ বাকী থকা মেচবোৰ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছিল পাকিস্তান ক্রিকেট ব’র্ড৷ পিচিবিয়ে…