নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৯ মে’, ব’হাগ মাহৰ ২৫ তাৰিখ শুকুৰবাৰ : তিথি– শুক্লা দ্বাদশী, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : আজিৰ দিনটো প্রায় ফৰকাল৷ শৰীৰো বেয়া নাযাব৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ মনৰ মানুহৰ সান্নিধ্য লাভ৷ দাম্পত্যতো বেয়া…

অপাৰেচন সিন্দূৰ-ত পাকিস্তানৰ নাগৰিক মৃত্যুৰ দাবী নাকচ ভাৰতৰ

নিউজ ডেস্ক, ৮ মে' : অপাৰেচন সিন্দূৰ-ত পাকিস্তানৰ নাগৰিক মৃত্যুৰ দাবী নাকচ ভাৰতৰ ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আজি পাকিস্তানে পাকিস্তানত ভাৰতৰ সামৰিক কাৰ্য্যৰ সময়ত সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি পাকিস্তানে কৰা দাবীক তীব্ৰ সমালোচনা…

ষ্টাৰলিংক-ক ইণ্টাৰনেট সেৱাৰ বাবে ভাৰত চৰকাৰৰ অনুমতি

নিউজ ডেস্ক, ৮ মে' : ইলন মাস্কৰ স্পেচএক্সৰ ছেটেলাইট ইণ্টাৰনেট শাখা ষ্টাৰলিংক-এ ভাৰত চৰকাৰৰ পৰা লেটাৰ অৱ ইনটেণ্ট (LoI) লাভ কৰিছে, যিয়ে দেশত ছেটেলাইট যোগাযোগ (ছেটকম) অনুজ্ঞাপত্ৰ নিশ্চিত কৰাৰ দিশত অগ্ৰগতিৰ সংকেত দিছে। চৰকাৰী সূত্ৰ অনুসৰি…

জানক আপোনাৰ দিনটোৰ ৰাশিফল, ৯ মে’, শুকুৰবাৰ, ২০২৫

কাইলৈৰ ৰাশিফলঃ কাইলৈ ​​৯ মে’ মেষ, সিংহ, কন্যা, তুলা, কুম্ভ, মীন ৰাশিকে ধৰি সকলো ৰাশিৰ ৰাশিৰ ৰাশিফল ​​জানি লওক। মেষ, সিংহ, তুলা, মকৰ, কুম্ভ আৰু অন্যান্য ৰাশিৰ বাবে আপোনাৰ ভৱিষ্যত জানি লওক। কাইলৈৰ ৰাশিফলত আপোনাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত…

কাইলৈৰ পৰা ঢকুৱাখনা-ৰ ঐতিহ্যমণ্ডিত ফাটবিহু

নিয়মীয়া বাৰ্তা, ৮ মে' : কাইলৈৰ পৰা  ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু । গছে-বনে-পাতে হালিছে জালিছে চাৰিকড়ীয়া নদীৰ পাৰ। ম’হঘূলি চাপৰিত ঢোল-পেঁপা বাজিছে,ততে নাইকিয়া গাত। ম'হঘুলি চাপৰিত চলিছে এতিয়া মহা আয়োজন।চাৰিকড়ীয়াৰ নৈৰ পাৰৰ এই ম'হঘুলি…

কালি মাতৃৰ বিয়োগ, যুদ্ধলৈ সাজু জোৱান কুলেন গগৈ

বিশেষ বার্তা, ৮ মে' : কালি মাতৃৰ বিয়োগ, যুদ্ধলৈ যাবলৈ সাজু জোৱান কুলেন গগৈ।নাহৰকটীয়াৰ এজন প্ৰাক্তন সেনা জোৱান। যিজনে NSG টো পেৰাছুট ৰেজিমেণ্টত কাম কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ শান্তি সেনাটো নিয়োজিত আছিল। এইজন ব্যক্তিলৈ যোৱা ৬ মে তাৰিখে তেওঁ পুনৰ…

লাহোৰত এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস ভাৰতৰ

সীমান্ততো অবিৰতভাৱে গুলীচালনা চলি আছে। কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, মেন্ধৰ, ৰাজৌৰী আদি অঞ্চলত পাকিস্তানে মৰ্টাৰ আৰু গধুৰ আৰ্টিলাৰী নিক্ষেপ কৰিছে

‘পাকিস্তান-ত কোনো সন্ত্রাসবাদী শিবিৰেই নাই’ !

নিউজ ডেস্ক, ৮ মে’ : পৰহি মাজনিশা পাকিস্তান-ত থকা সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলায় ভাৰতে৷ সমগ্র পৃথিৱীৰ নজৰত এয়া ‘অপাৰেচন সিন্দূৰ’৷ এই পৰিস্থিতিত আজব মন্তব্য শুনা গ’ল পাকিস্তানী এগৰাকী মন্ত্রীৰ মুখত৷ মন্ত্রীগৰাকীয়ে দাবী কৰে যে পাকিস্তানত কোনো…

জুনত মহাকাশ-লৈ যাত্রা কৰিব শুভাংশু শুক্লাই

নিউজ ডেস্ক, ৮ মে’ : আগন্তুক জুন মাহৰ আৰম্ভণিতে আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)লৈ যাত্রা কৰিব ভাৰতীয় বায়ুসেনাৰ পাইলট শুভাংশু শুক্লাই৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুৰব্বী ভি নাৰায়ণনে এই কথা সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ভাৰতীয় খাদ্য লগত…

গাজা-ত প্রতি ৪০ মিনিটত নিহত এটি শিশু

গাজা, ৮ মে’ : স্বাধীনতাকামী পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক নির্মূল কৰা এতিয়াও সম্ভৱ হোৱা নাই৷ কিন্তু ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ নির্দেশত নতুনকৈ সেনা অভিযান আৰম্ভ হোৱাৰ পিছত গাজাত প্রতি ৪০ মিনিটত নিহত হৈছে এটিকৈ শিশু৷…