অনুসন্ধানমূলক বাতৰিৰ বাবে ৰয়টাৰ-লৈ স্বীকৃতি
নিউজ ডেস্ক, ৮ মে’ : অনুসন্ধানমূলক বাতৰিৰ বাবে ৰয়টাৰ-লৈ স্বীকৃতি। সাংবাদিকতা, গ্রন্থ, সমালোচনা, নাটক, সংগীতত প্রদান কৰি অহা পুলিৎজাৰ বঁটা ২০২৫ ঘোষণা কৰা হৈছে৷ আমেৰিকাৰ সংবাদ ক্ষেত্রত সন্মানীয় বঁটা হিচাপে পৰিচিত পুলিৎজাৰ বঁটা নিউয়র্কছ টাইমে…