নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিহু : শৈল্পিক প্রকাশ বনাম শৈল্পিক শোষণ

🔹 ড০ ডিম্পী মহন্ত আমি বাস কৰা এই পৃথিৱীখন দৰাচলতে যেনেকুৱা, আমি ঠিক তেনেকুৱা নেদেখোঁ৷ আমি নিজে যেনেকুৱা, তেনেকুৱাহে দেখোঁ৷ বাহ্যিক বাস্তৱতাক লৈ এগৰাকী পুৰুষ বা এগৰাকী নাৰীৰ দৃষ্টিভংগী আৰু ব্যাখ্যা কার্যতঃ তেওঁৰ ভিতৰুৱা চিন্তাৰহে প্রতিফলন–…

অপাৰেচন সিন্দূৰ

কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীয়ে সংঘটিত কৰা নৰসংহাৰৰ প্রতিশোধ লোৱাৰ হুংকাৰ দিছিল কেন্দ্রীয় চৰকাৰে৷ সেই অনুসৰি সন্ত্রাসবাদীৰ বিৰুদ্ধে প্রত্যাঘাতৰ পূর্ণ স্বাধীনতা প্রদান কৰা হৈছিল দেশৰ তিনিওটা সশস্ত্র বাহিনীক৷ প্রধানমন্ত্রী মোদীৰ সৈতে…

আজি দিনটোৰ ৰাশিফল

আজি ৮ মে’, ব’হাগ মাহৰ ২৪ তাৰিখ বৃহস্পতিবাৰ : তিথি– শুক্লা একাদশী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : নাই মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ সন্তানৰ শুভ৷ বৃষ : শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ টকা–পইচা…

মহম্মদ ছামি-ক ধনদাবী–মৃ*ত্যুৰ ভাবুকি

নিউজ ডেস্ক, ৬ মে’ : টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ ছামি-লৈ আহিল মৃত্যুৰ ভাবুকি৷ ছামিৰ ভাতৃয়ে ই–মেইলৰ জৰিয়তে ছামিৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকি লাভ কৰা বুলি সদৰী কৰিছে৷ ভাবুকিৰ লগতে এক কোটি টকাৰ ধন দাবীও লাভ কৰা বুলি ছামিৰ ভাতৃয়ে ব্যক্ত কৰে৷…

পাঁচদিনীয়া ভ্ৰমণসূচীৰে নিউজিলেণ্ড-ফিজিলৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

বিশেষ বাৰ্তা, ৬ এপ্ৰিল : কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা-ই অহা ৮ মে'ৰ পৰা ১২ মে'লৈ নিউজিলেণ্ড আৰু ফিজি ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে ৮ আৰু ৯ মে'ত নিউজিলেণ্ড ভ্ৰমণৰ সময়ত দেশখনৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত…

ট্রাম্পৰ ‘শুল্ক বোমা’-ই হিন্দী চিনেমালৈ মাতিছে মহাসংকট

নিউজ ডেস্ক, ৬ মে’ : সামগ্রীৰ ওপৰত শুল্ক বোমা প্রয়োগ কৰি বিশ্বজুৰি বাণিজ্যিক ক্ষেত্রখনত অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰি বিতর্কৰ আৱর্তত থকা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এইবাৰ লক্ষ্য কৰি লৈছে বিনোদনৰ ক্ষেত্র৷ মার্কিন…

যুদ্ধ হ’ব ! কাইলৈ বাজিব এয়াৰ ৰেইড ছাইৰেন

নিউজ ডেস্ক, ৬ মে’ : সীমান্তত যুদ্ধ-ৰ পৰিৱেশ ! পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতৰ৷ পাকিস্তানৰ ওপৰত কূটনৈতিকভাৱে প্রচণ্ড চাপ সৃষ্টি কৰি সিন্ধু জল চুক্তি বাতিলৰ পাছত এইবাৰ চেনাব নদীৰ বাগলিহাৰ বান্ধেৰে পানী বন্ধ কৰিলে ভাৰতে৷ সামৰিক অভিযান…

ৰাজস্থানত উৎকোচ গ্রহণ কৰা বিধায়কক গ্রেপ্তাৰ

নিউজ ডেস্ক, ৬ মে’ : উৎকোচ লোৱাৰ অভিযোগত ভাৰত আদিবাসী পার্টী (বিএপি)ৰ বিধায়ক জয়কৃষ্ণ পেটেলক গ্রেপ্তাৰ কৰিলে ৰাজস্থানৰ দুর্নীতি প্রতিৰোধ ব্যুৰ’ (এচিবি)–এ৷ অভিযোগ অনুসৰি, বিধানসভাত ৩টা প্রশ্ন বাদ দিয়াৰ বাবে দুই কোটি ৫০ লাখ টকা উৎকোচ লৈছিল…

মোৰাদাবাদত থকা ২২ পাকিস্তানী মহিলাক খেদাৰ তৎপৰতা

নিউজ ডেস্ক, ৬ মে’ : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণৰ পিছতে পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰিছে ভাৰতে৷ ইয়াৰ ফলত ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিবলগীয়া হৈছে৷ দীর্ঘম্যাদী ভিছা লৈ ভাৰতত থকা পাক নাগৰিকসকলৰ…

ৰাজ্যত কাইলৈ পঞ্চায়ত নিৰ্বাচন-ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ মে' : কাইলৈ ৭ মে'ত ধুবুৰীকে ধৰি ৰাজ্যৰ ১৩টা জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন-ৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈৰ ভোটগ্ৰহণক লৈ বৰ্তমানে ব্যাপক তৎপৰতা আৰম্ভ হৈছে ধুবুৰী চহৰৰ ভোলানাথ মহাবিদ্যালয়ত।…