৯ মে’ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনা-ৰ ঐতিহ্যমণ্ডিত ফাটবিহু
পুলকজ্যোতি বৰা, ঢকুৱাখনা, ৬মে' : ঢকুৱাখনা-ৰ চাৰিকড়ীয়া নদীৰ আছে এক সুকীয়া সাতামপুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতেই তাহানিৰে পৰা ম'হঘুলি চাপৰিত উদযাপন কৰি অহা হৈছে ঢকুৱাখনাৰ স্বকীয় লোকউৎসৱ ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে…