ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰচণ্ড ধুমুহা-বৰষুণৰ কবলত যাত্ৰীবাহী ফেৰী, কথমপি প্ৰাণৰক্ষা ডেৰ শতাধিক যাত্ৰীৰ
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ এপ্ৰিল : শনিবাৰে কথমপি বৃহৎ এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মানকাচৰৰ হাটশিঙিমাৰীৰ পৰা ধুবুৰী অভিমুখে বৰলুইতেৰে যাত্ৰা কৰা এখন লেচীচালিত যাত্ৰীবাহী ফেৰী। প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত বিপদত পৰে…