নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জলসম্পদ বিভাগ-ত ২১২টা পদত চাকৰি

অসম লোকসেৱা আয়োগে জলসম্পদ বিভাগ-ত খালী থকা ২ শতাধিক অভিযন্তা পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷ তলৰ তালিকাত সবিশেষ উল্লেখ কৰা হ'ল।

ধুবুৰীত বৰদৈচিলা-ৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ধুবুৰীত বৰদৈচিলা-ৰ তাণ্ডৱ। যোৱানিশা অহা এজাক প্ৰচণ্ড ধুমুহাৰ পিছৰ পৰাই ধুবুৰী চহৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে। প্ৰচণ্ড বতাহত ধুবুৰী চহৰৰ কেইবাটাও অঞ্চলত গছ বাগৰি পৰে। ইয়াৰ মাজতে চহৰখনৰ ১নং…

ধুবুৰীত চোৰ-ৰ বিলৈ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ধুবুৰীত চোৰ-ৰ বিলৈ। দেওবাৰে পুৱাই পুৱাই ধুবুৰীত চোৰৰ বিলৈ। চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে চোৰটো।  ধুবুৰী চহৰৰ ২ নং ৱাৰ্ডৰ গোৱৰ্ধন গলি অঞ্চলৰ ঘটনা এয়া। অঞ্চলটোৰ এটা গৃহৰ জনস্বাস্থ্য আৰু কাৰিকৰী…

বৈভৱ-ক কোহলিৰ পৰা প্রেৰণা লোৱাৰ পৰামর্শ

নিউজ ডেস্ক, ২৭ এপ্রিল : বৈভৱ সূর্যবংশীয়ে কনিষ্ঠ খেলুৱৈ হিচাপে আইপিএলত ইতিহাস ৰচনা কৰিছে ৷ কোটিপতি লীগখনত বৈভৱে এক সুন্দৰ আৰম্ভণি কৰিছে৷ মাত্র ১৪ বছৰ বয়সতে আইপিএলত খেলি ইতিহাস ৰচনা কৰা বৈভৱে আইপিএল কেৰিয়াৰৰ প্রথমখন মেচৰ প্রথম বলত ছিক্সাৰ…

পাকিস্তানৰে ক্রিকেট-ৰ সকলো সম্পর্ক বিচ্ছিন্ন কৰক

নিউজ ডেস্ক, ২৭ এপ্রিল : পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰ আক্রমণৰ পিছত পাকিস্তান-ৰ সৈতে ভাৰতৰ ক্রিকেটৰ সকলো সম্পর্ক বিচ্ছিন্ন কৰিব লাগে৷ এই দাবী ভাৰতৰ প্রাক্তন অধিনায়ক তথা বিচিচিআইৰ প্রাক্তন সভাপতি সৌৰভ গাংগুলীৰ৷ সৌৰভ গাংগুলীয়ে স্পষ্টকৈ কয় যে…

পাকিস্তানী সেনা-ৰ বিষয়াসহ ১০জন নিহত

নিউজ ডেস্ক, ২৭ এপ্রিল : অপহৰণ, লেণ্ডমাইণ্ড বিস্ফোৰণেৰে ৰাজনৈতিক নেতাক হত্যা কৰাৰ পিছত এইবাৰ বেলুচিস্তান লিবাৰেচন আর্মীয়ে পাকিস্তানী সেনা-ৰ কনভয়ত ভয়াৱহ আক্রমণ চলাইছে৷ বেলুচিস্তান প্রদেশৰ ৰাজধানী কোৱেটাৰ পৰা কিছু নিলগত শুকুৰবাৰে নিশা…

যি ধর্ম পুৰুষাংগত থাকে !

🔹 যি ধর্ম পুৰুষাংগত থাকে ! 🔹 দিগন্ত ওজা দেউতাৰ বিয়াৰ আগতেই মৃত্যু হোৱা ককাদেউতাক আমি দেখাৰ কথাই নাই৷ ককাদেউতা আছিল সত্রীয়া লোক৷ আমাৰ দেউতাই কিন্তু সত্রত শৰণ লোৱা নাছিল– ৰক্ষণশীল সত্রৰ গোড়ামি দেউতাৰ আছিল অপছন্দ৷ ওপজাৰে পৰা দেখিছোঁ চুলি…

পাকিস্তান-ক সমর্থন কৰি কংগ্রেছ নেতাসহ ধৃত আন ৬জন

বিশেষ বাৰ্তা, ২৭ এপ্রিল : পেহেলগামৰ বর্বৰোচিত নৰসংহাৰৰ প্রসংগত সন্ত্রাসবাদৰ পৃষ্ঠপোষক চিৰবৈৰী ৰাষ্ট্র পাকিস্তান-ক সমর্থন কৰি অসম আৰক্ষীৰ হাতত ধৰা পৰিছে ইজনৰ পিছত সিজন দেশদ্রোহী৷ সামাজিক মাধ্যমত বিতর্কিত মন্তব্য কৰি ৰাষ্ট্রদ্রোহৰ অপৰাধত অসম…

অসম-ৰ গাঁওসমূহত গঢ়ি তোলা হ’ব নৈশ বিদ্যালয়

🔹 অসম-ৰ শিক্ষাখণ্ডক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা বিশেষ বাৰ্তা, ২৭ এপ্রিল : অসমৰ শিক্ষাখণ্ডৰ আমূল পৰিৱর্তনৰ হকে একাধিক পদক্ষেপ গ্রহণ কৰা ৰাজ্য চৰকাৰে এইবাৰ গ্রামাঞ্চলত নিশাৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্রী ড০…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৭ এপ্রিল, ব’হাগ মাহৰ ১৩ তাৰিখ, দেওবাৰ মেষ : সন্তানৰ শুভ৷ প্রতিকাৰ– বগা ফুল, তুলসীৰ পাত আৰু সেন্দূৰ এখন আগলি কলপাতত লৈ বোৱঁতী পানীত এৰি দিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ বৃষ : হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি…